--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ছত্তীশগড় বিধানসভাৰ নিৰ্বাচনৰ বাবে সম্পূৰ্ণ প্ৰস্তুতি চলাইছে বিজেপিয়ে। ৰাজ্য খনত  ভোটগ্ৰহণ দুটা পৰ্যায়ত ক্ৰমে ৭ নৱেম্বৰ আৰু ১৭ নৱেম্বৰত  অনুষ্ঠিত  হ’ব। একেদৰে মিজোৰামত ৭ নৱেম্বৰত এটা পৰ্যায়ত ভোটগ্ৰহণ সম্পন্ন কৰা হ’ব। মধ্য প্ৰদেশত ১৭ নৱেম্বৰত ভোটগ্ৰহণ অনুষ্ঠিত কৰাৰ লগতে ২৩ নৱেম্বৰত ৰাজস্থানত বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ অনুষ্ঠিত  হ’ব।  


 তেলেংগানাত ৩০ নৱেম্বৰত ভোটগ্ৰহণ হ’ব। আটাইকেইখন  ৰাজ্যৰে ভোটগণনা ৩ ডিচেম্বৰত অনুষ্ঠিত হ’ব । এনেসময়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ছত্তীশগড়ত জৈন সন্তৰ আশীৰ্বাদ বিচৰা হৈছে। 




 মোদীয়ে দেওবাৰে পুৱা ৰাজনন্দগাঁও জিলাৰ জৈনসকলৰ এক জনপ্ৰিয় তীৰ্থস্থান ডনাঘাদা ভ্ৰমণ কৰে। তেওঁ জৈন গুৰু আচাৰ্য বিদ্যাসাগৰ মহাৰাজক লগ পায়। মোদীয়ে তেওঁৰ ভৰিত মূৰ দোৱাই  আশীৰ্বাদ গ্ৰহণ কৰে। তেওঁ ইয়াৰ ছবি তেওঁৰ এক্স হেণ্ডেলত পোষ্ট কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ