--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : থাইৰয়ডৰ সমস্যা এতিয়া প্ৰতিঘৰতে দেখা যায়। পুৰুষতকৈ মহিলাসকল এই ৰোগত বেছিকৈ ভোগে আৰু এবাৰ ধৰা পৰিলে এই বেমাৰটো সহজে ভাল নহয়। বিশেষকৈ যিসকলৰ ৰোগ বহুদিনৰ অন্তত ধৰা পৰে তেওঁলোকৰ বিপদ অধিক। দীৰ্ঘদিন ধৰি থাইৰয়ডৰ ঔষধ সেৱন কৰিলে কোনো লাভ নহয়! স্বাভাৱকিতে থাইৰয়ডৰ ঔষধ খাওঁতে কোনবোৰ নিয়ম মানি চলিব লাগে জানো আহক।

১) এই ঔষধ সেৱনৰ বাবে কঠোৰ সময় মানি চলা উচতি। প্ৰতিদিনে পুৱা এটা নিৰ্দিষ্ট সময়ত ঔষধ খাব লাগে। পুৱা ঔষধ খাবলৈ পাহৰিলে দুপৰীয়াৰ আহাৰ খোৱাৰ দুঘণ্টাৰ পাছত ঔষধ খাব পাৰে।

২) এই ঔষধ সেৱনৰ এঘণ্টাৰ ভিতৰলৈ একো খাব নালাগে। চাহ-কফিও খাব নালাগে।

৩) থাইৰয়ডৰ ঔষধ খোৱাৰ তিনি ঘণ্টাৰ ভিতৰত কেলচিয়াম বেছি থকা খাদ্য খাব নালাগে।

৪) এই ঔষধ গ্ৰহণ কৰাৰ সময়ত আন কোনো পৰিপূৰক যেনে-আইৰন, কেলচিয়াম বা ভিটামিন ঔষধ গ্ৰহণ কৰিবলৈ নাপাহৰিব।

৫) বেছিভাগৰ ক্ষেত্ৰতে ঔষধ আজীৱন খাবলগা হয়। গতিকে পৰীক্ষাত হৰম’নৰ মাত্ৰা স্বাভাৱিক নহ’লেও ঔষধ বন্ধ কৰিব নোৱাৰি। যদি মাত্ৰা অতি কম বা বেছি হয় তেন্তে ঔষধৰ মাত্ৰা সলনি কৰিবলৈ চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে।

চিকিৎসকৰ মতে পুৱা খালী পেটত থাইৰয়ডৰ ঔষধ খালে সৰ্বোত্তম ফলাফল পোৱা যায়। এই ঔষধ খোৱাৰ পাছত বা যিকোনো খাদ্যৰ খালে শৰীৰত সঠিকভাৱে কাম নকৰে। ফলত থাইৰয়ড হৰম’নৰ মাত্ৰা নিয়ন্ত্ৰণত নাথাকে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক