--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক সাক্ষাৎ কৰিলে বলীউডৰ জনপ্ৰিয় অভিনেতা তথা সমাজকৰ্মী ছনু ছুডে। দিল্লী চৰকাৰে আৰম্ভ কৰা ‘দেশ কি মেণ্টৰ’ কাৰ্যসূচী ব্ৰেণ্ড এম্বেছাদৰ ৰূপে নিয়োগ কৰিছে অভিনেতাগৰাকীক।

এই কাৰ্যসূচী মুকলি অনুষ্ঠানত অংশগ্ৰহণ কৰি ছনু ছুডে কয়— ‘দিল্লী চৰকাৰে সকলোকে আগবাঢ়ি অহাৰ বাবে এখন মঞ্চ দিছে। এয়া ডাঙৰ সুযোগ। ছাত্ৰ-ছাত্ৰীক পথ প্ৰদৰ্শন কৰাটো এটা ডাঙৰ সেৱা। ইয়াৰ অংশীদাৰ হ’বলৈ পাই মই নিজকে ধন্য অনুভৱ কৰিছোঁ। মই নিশ্চিত, আমি সকলোৱে একেলগে অসম্ভৱক সম্ভৱ কৰিব পাৰো৷’

এই সুযোগতে দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে অভিনেতা ছনু ছুডক তেওঁৰ কৰ্মৰাজীৰ বাবে ভূয়সী প্ৰশংসা কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰ্যালয়ৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য! দেশৰ প্ৰতি দহ যুৱক-যুৱতীৰ এজন নিবনুৱা
কমনৱেলথ গেমছ: টুভালুৰ টাৰোনা টাফাকীৰ বিৰুদ্ধে ছেমি ফাইনেলত অৱতীৰ্ণ হ'ব বক্সাৰ লাভলীনা বৰগোহাঁই
উজনি অসমত বানত ক্ষতিগ্ৰস্ত ৰে’লপথ মেৰামতিৰ কাম আৰম্ভ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ
নগালেণ্ডৰ বনাঞ্চল ধ্বংস কৰা বাবেই উজনি অসমৰ বানে ল’লে সংহাৰী ৰূপ: নদী বিশেষজ্ঞ
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?