--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ছিডনী ছিক্সাৰছ আৰু হোবাৰ্ট হাৰিকনেছৰ খেল আছিল। মহিলা বিগ বেছ লীগৰ সেই মেচখনত দেখা গ’ল এক অদ্ভুত ‘নো বল’। বলাৰ হিদাৰ গ্ৰেহামে এনে এটা বল বল কৰিছিল যিটো বল বেটছমেনৰ কথা বাদেই উইকেটকীপাৰেও ধৰিব নোৱাৰিলে৷

নৱম অভাৰত হোবাৰ্টৰ গ্ৰেহামে এটা ন’ বল বল কৰে৷। সেই সময়ত ছিডনীৰ এৰিন বাৰ্নছে বেটিং কৰি আছিল। গ্ৰেহামৰ বলটো কোনো ড্ৰপ নোহোৱাকৈ পোনে পোনে মূৰৰ ওপৰেৰে গৈছিল। আনকি উইকেটকীপাৰেও বলটো ধৰিব নোৱাৰিলে। বলটো তাৰ মূৰৰ ওপৰেৰে গৈ বহু দূৰলৈ পৰিল।

আচলতে গ্ৰেহামৰ হাতৰ পৰা বলটো পিছলি গৈছিল। আম্পায়াৰে ন’ বল সিদ্ধান্তৰ কথা ঘোষণা কৰে। এৰিন আৰু নন ষ্ট্ৰাইকাৰ এছলী গাৰ্ডনাৰেও এটা ৰান লয়। সেই অভাৰত গ্ৰেহামে ন’ বল কৰিছিল যদিও ৬ ৰানতকৈ বেছি ৰান নিদিলে। চাৰি অভাৰত ১৮ ৰানতকৈ বেছি ৰান নিদিলে। লগতে তিনিটা উইকেট দখল কৰে। অদ্ভুত ন’ বলৰ পিছতো তেওঁ আছিল দলৰ অন্যতম শ্ৰেষ্ঠ বলাৰ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক