--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অমিতাভ বচ্চন আৰু ৰেখাৰ ‘চিলচিলা’ৰ সেই বিখ্যাত গীতৰ দৃশ্যটোৰ টিউলিপ বাগিচাখনৰ কথা মনত আছেনে? তেনে এখন টিউলিপ বাগিচা আছে শ্ৰীনগৰত।

শেহতীয়াকৈ জম্মু-কাশ্মীৰৰ পৰ্যটন বিভাগৰ উদ্যোগত এছিয়াৰ সৰ্ববৃহৎ টিউলিপ বাগিচা ‘ইন্দিৰা গান্ধী সোঁৱৰণী টিউলিপ বাগিচা’ত আৰম্ভ হৈছে ‘টিউলিপ মহোৎসৱ’। শ্ৰীনগৰত অৱস্থিত এই বাগিচাখন দেওবাৰৰ পৰা জনসাধাৰণৰ বাবে মুকলি কৰা হৈছে।

প্ৰায় ১৫ লাখ পাহ টিউলিপ একেলগে দেখা যায় শ্ৰীনগৰৰ দল হ্ৰদ আৰু জবৰৱান পাহাৰত। প্ৰতি বছৰে এই সময়ত বাগিচাখন টিউলিপেৰে ভৰি থাকে। গতিকে এই সময়ত পৰ্যটকৰ ভিৰটোও দেখা যায়।

শ্ৰীনগৰৰ এই টিউলিপ বাগিচাখনৰ ভাৰপ্ৰাপ্ত বিষয়া ইনাম-উল-ৰেহমানে কয়- ''এই সময়ত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা বিদেশৰ পৰা পৰ্যটক শ্ৰীনগৰ ভ্ৰমণ কৰিবলৈ আহে। বাগিচাবোৰ সেইবোৰ মনত ৰাখি ডিজাইন কৰা হয়।"

শ্ৰীনগৰ পৰ্যটন সংস্থাৰ ৱেবছাইট অনুসৰি ২০০৭ চনত এই বাগিচাখন পৰ্যটন উদ্যোগৰ প্ৰচাৰ আৰু সম্প্ৰসাৰণৰ উদ্দেশ্যে মুকলি কৰা হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক