--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ মাজুলীৰ ‘নয়বজাৰ উজনি মাজুলী কৃষ্টি কেন্দ্ৰ’ত অনুষ্ঠিত হয় অগপৰ ১৪নং লোকসভা সংসদীয় সমষ্টিৰ অন্তৰ্গত বিধান পৰিষদৰ আৰু জিলা পৰিষদসমূহৰ নেতৃত্ব সন্মিলন।

৯ টাকৈ বিধানসভা সমষ্টিৰ প্ৰতিনিধিৰ লগতে ৫খন জিলা সমিতিৰ সভাপতি-সম্পাদক উপস্থিত থাকে। ইয়াৰ উপৰি ভাতৃ-ভগ্নী সংগঠনৰ নেতৃত্বও উপস্থিত থাকে সভাখনত। এই নেতৃত্ব সন্মিলনত অগপ দলৰ কেন্দ্ৰীয় সভাপতি অতুল বৰাৰ উপস্থিতিতে ক্ষোভ উজাৰে ভিন্নস্থানৰপৰা অহা অগপ দলৰ জিলা সভাপতিসকলে।

মিত্ৰতাৰ তিক্ততাৰ কথা কেন্দ্ৰীয় সভাপতিৰ সন্মুখতে ক্ষোভ উজাৰি মিত্ৰতা নকৰাকৈ আগন্তুক নিৰ্বাচনসমূহ খেলাৰ বাবে আহ্বান জনায়। আগন্তুক পৌৰসভা আৰু উপ-নিৰ্বাচনৰ সন্মুখত মিত্ৰতাৰ তিক্ততা আৰু বঞ্চনাৰ কথা উল্লেখ কৰি মিত্ৰতা ভংগৰ ইংগিত বহুকেইজন সভাপতি-সম্পাদকৰ বক্তব্যত প্ৰাকাশ পায়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ