--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আই পি এলৰ ফ্ৰেঞ্চাইজি মুম্বাই ইণ্ডিয়ানছে ৰোহিত শৰ্মাক নেতৃত্বৰ পৰা আঁতৰাই হাৰ্দিক পাণ্ডিয়াক নতুন  অধিনায়ক হিচাপে ঘোষণা কৰে। তাৰ এঘণ্টাৰ ভিতৰতে ৪ লাখ অনুৰাগী হেৰুৱালে চাৰিবাৰৰ বিজয়ী দলটোৱে।

শুকুৰবাৰে বিয়লি মুম্বাই কৰ্তৃপক্ষই ঘোষণা কৰে যে ৰোহিতৰ ঠাইত হাৰ্দিকক অধিনায়ক হিচাপে নিযুক্তি দিয়া হ’ব। ইয়াৰ পিছত ছ’চিয়েল মিডিয়াত মুম্বাইৰ ফ’ল’ৱাৰৰ সংখ্যা হ্ৰাস পাবলৈ ধৰিলে। ১ ঘণ্টাৰ ভিতৰতে চাৰি লাখ ক্ৰিকেটপ্ৰেমীয়ে মুম্বাইক ‘আনফ’ল’ কৰিছে। অৰ্থাৎ ৰোহিতক অপসাৰণে দলটোৰ জনপ্ৰিয়তাত পোনপটীয়াকৈ আঘাত হানে।

ৰোহিত মুম্বাইৰ ক্ৰিকেটাৰ। মুম্বাইকে ধৰি মহাৰাষ্ট্ৰতো তেওঁৰ জনপ্ৰিয়তা বিপুল। তেওঁক অপসাৰণ কৰি বৰোদাৰ অল-ৰাউণ্ডাৰগৰাকীক অধিনায়ক হিচাপে গঢ়ি তোলাৰ সিদ্ধান্ত ক্ৰিকেটপ্ৰেমীসকলে মানি ল’ব নোৱাৰিলে। শুকুৰবাৰৰ পৰা ক্ৰিকেট প্ৰেমীৰ এটা অংশই মুম্বাই কৰ্তৃপক্ষক সমালোচনা কৰিবলৈ আৰম্ভ কৰে।

ক্ৰিকেট প্ৰেমীৰ এটা শ্ৰেণীয়ে মুম্বাই কৰ্তৃপক্ষৰ ওপৰত ক্ষুব্ধ হৈ পৰিছে। সেই ক্ষোভৰ প্ৰকাশ চচিয়েল মিডিয়াত এইদৰে দেখা যায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক