--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় প্ৰাক্তন প্ৰশিক্ষক ৰবি শাস্ত্ৰী ক্ৰিকেটৰ অন্যতম জনপ্ৰিয় মন্তব্যকাৰী। তেওঁৰ সহজ, সাৱলীল ধাৰাভাষ্য ভাল নোপোৱা ক্ৰিকেট প্ৰেমিক প্ৰায়েই নাই। কিন্তু বিশেষজ্ঞ মন্তব্যকাৰী শাস্ত্ৰীয়েও অষ্ট্ৰেলিয়া-পাকিস্তানৰ প্ৰথম টেষ্টৰ টছৰ সময়ত ভুল কৰিছিল।

অষ্ট্ৰেলিয়াত অনুষ্ঠিত হোৱা বিগ বেছ লীগৰ পাছত শাস্ত্ৰীয়ে টেষ্ট শৃংখলাতো ধাৰভাস্য আগবঢ়াইছে। পাৰ্থ টেষ্টত টছৰ পূৰ্বে দুয়োটা দলৰ অধিনায়কৰ সৈতে ক্ৰিকেটপ্ৰেমীক চিনাকি কৰাই দিছিল প্ৰাক্তন ভাৰতীয় অল ৰাউণ্ডাৰগৰাকীয়ে। সেই সময়ত কথা পাতি থাকোঁতে শাস্ত্ৰীয়ে কেইবাবাৰো বিভ্ৰান্ত হৈ পৰিল।
 
তেওঁ কয়, “আমি পশ্চিম অষ্ট্ৰেলিয়াৰ পাৰ্থত এখন ডাঙৰ ষ্টেডিয়ামত আছো। য'ত গতি... বাউন্স আৰু গতি আছে। এতিয়া টছৰ সময়। পশ্চিমৰ টেষ্ট...'' তেওঁ কি ক’ব বিচাৰিছিল কোনেও ধৰিব পৰা নাছিল। সেই অংশৰ ভিডিঅ’ ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

পেছাদাৰী আৰু নিৰপেক্ষ মন্তব্যকাৰী হিচাপে শাস্ত্ৰীৰ সুনাম আছে। বহু ধাৰাভাষ্যকাৰৰ মাজত এনে ভুল মাজে মাজে হ’লেও শাস্ত্ৰীৰ ক্ষেত্ৰত বিৰল আছিল। কেৱল ভাৰতৰ খেলৰ ওপৰত নহয়, অন্যান্য দ্বিপাক্ষিক শৃংখলাৰ ওপৰতো মন্তব্য দিবলৈ শাস্ত্ৰীক আহ্বান জনোৱা হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক