--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দক্ষিণী চিনেমাৰ লেডী চুপাৰষ্টাৰ নয়নতৰা। কেইবাখনো অতি জনপ্ৰিয় চিনেমাৰে অভিনেত্ৰীগৰাকীয়ে দেশজুৰি খ্যাতি অৰ্জন কৰিছে। 'জৱান’ৰ জৰিয়তে বলিউডত পদাৰ্পন কৰিলে নয়নতৰাই।

ছবিৰ বাহিৰেও তেওঁক বহু বিখ্যাত কোম্পানীৰ বিজ্ঞাপনত অভিনয় কৰা দেখা যায়। বিজ্ঞাপন প্ৰচাৰৰ বাবে ৫ কোটি টকা উপাৰ্জন কৰে। সংবাদ সংস্থাৰ সূত্ৰ অনুসৰি নয়নতাৰাই প্ৰতিখন ছবিত ১০ কোটি টকা পৰ্যন্ত উপাৰ্জন কৰে।

নয়ন্তৰাৰ সম্পত্তিৰ মূল্য ২০ লাখ ডলাৰ (ভাৰতীয় মুদ্ৰাত প্ৰায় ১৭৬ কোটি টকা)। হায়দৰাবাদৰ বঞ্জৰা পাহাৰত দুটা বিলাসী ঘৰৰ মালিক অভিনেত্ৰীগৰাকী। প্ৰতিটো ঘৰৰ মূল্য কমেও ১৫ কোটি টকা। দক্ষিণৰ চলচ্চিত্ৰ জগতৰ অধিকাংশ তাৰকা এই অঞ্চলতে বাস কৰে।

ইয়াৰ বাহিৰেও চেন্নাইত দুটা চাৰিটা শোৱা কোঠাৰ ঘৰ আছে। এই ঘৰ দুটাৰ মুঠ মূল্য ১০০ কোটি টকা। অভিনেত্ৰীগৰাকীয়ে ব্যক্তিগত জেট এখনো ক্ৰয় কৰিছিল। এই জেটখন ব্যৱহাৰ কৰি তেওঁ চেন্নাইৰ পৰা হায়দৰাবাদ আৰু কোচিলৈ যাত্ৰা কৰিছিল।

বিখ্যাত ব্ৰেণ্ডৰ দামী গাড়ীও সংগ্ৰহ কৰি ভাল পায় অভিনেত্ৰীগৰাকীয়ে। নয়নতাৰাৰ হাতত আছে ১ কোটি ৭৬ লাখ টকাৰ BMW 7 series গাড়ী। অভিনেত্ৰীগৰাকীৰ ৮৮ লাখ টকাৰ মাৰ্চিডিজ জিএলএছ ৩৫০ডি মডেলৰ গাড়ীও আছে। নয়ন্তৰাৰ সংগ্ৰহত আছে ৭৪ লাখ ৫০ হাজাৰ টকাৰ BMW 5 series গাড়ী। অভিনেত্ৰীগৰাকীৰ গেৰেজত আছে ফৰ্ড এণ্ডেভাৰ আৰু টয়োটা ইনোভা ক্ৰীষ্টা মডেলৰ দামী গাড়ী।

নয়ন্তৰাইও খুলিছে প্ৰসাধন সামগ্ৰীৰ কোম্পানী। এই ব্যৱসায় তেওঁ যৌথভাৱে কৰে। বিভিন্ন ধৰণৰ লিপ বাম অনলাইনত উপলব্ধ। নয়ন্তৰাই ৰেষ্টুৰেণ্ট আৰু তেল কোম্পানীতো বিনিয়োগ কৰিছে। তাৰ পৰাই তেওঁ প্ৰতিমাহে ডাঙৰ ডাঙৰ টকা উপাৰ্জন কৰে। তেওঁৰ এটা প্ৰডাকচন কোম্পানীও আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ