--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: মুম্বাইৰ ৰেচিডেন্সী হোটেলত দেওবাৰে অুনষ্ঠিত হোৱা একাদশ ইণ্ডিয়া চিনে চলচ্চিত্ৰ মহোৎসৱত পাৰ্থজিৎ বৰুৱাই নিৰ্মাণ কৰা তথ্যচিত্ৰ ‘ব্ৰাছ ষ্ট্ৰ’ক’ তথ্যচিত্ৰখনে শ্ৰেষ্ঠ তথ্যচিত্ৰৰ বঁটা (জুৰি) আঁজুৰি আনিবলৈ সক্ষম হৈছে। 

এই তথ্যচিত্ৰখনে ইতিমধ্যে মুম্বাই আন্তঃৰাষ্ট্ৰীয় চুটি চিনেমা মহোৎসৱতো শ্ৰেষ্ঠ পৰিচালকৰ বঁটা লাভ কৰিছিল। তথ্যচিত্ৰখন কেৰেলাৰ IDSFFKৰ প্ৰতিযোগিতাৰ শাখালৈ নিৰ্বাচিত হৈছিল। পৰিচালক পাৰ্থজিৎ বৰুৱাই কয়, এই বঁটাই মোক আৰু ভাল কাম কৰিবলৈ উৎসাহিত কৰিছে। লগতে নীলপৱন বৰুৱা ছাৰে জীৱন জুৰি কৰা শিল্প সাধনাৰ বাবে এই বঁটা তেওঁৰ নামত উচৰ্গা কৰিব বিচাৰো।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ