--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভাৰতৰ মুখ্য ন্যায়াধীশ ডি.ৱাই. চন্দ্ৰচূড়ে শেহতীয়াকৈ অল ইণ্ডিয়া ৰেডিঅ' (এআইআৰ)ত সাক্ষাৎকাৰ দিছিল। এই সময়ছোৱাত তেওঁ কয় যে তেওঁ ৰেডিঅ’ উপস্থাপক হিচাপেও কাম কৰিছে। এই সাক্ষাৎকাৰত তেওঁ অতিতৰ কথা স্মৰণ কৰে। ইয়াৰ বাহিৰেও তেওঁ কয় যে কেনেকৈ তেওঁ পিতৃ-মাতৃৰ সৈতে হিন্দী, ইংৰাজী আৰু সংস্কৃত ভাষাত আকাশবাণীৰ বুলেটিন শুনি ডাঙৰ হৈছিল আৰু তাৰ পিছত নিজেও ইয়াৰ অংশ হৈ পৰিছিল।

All India Radio Controversy - Media Classification

এই সাক্ষাৎকাৰত উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ চন্দ্ৰচূড়ে কয়, "তেওঁ বাতৰি পাঠকৰ কণ্ঠ শুনি মন্ত্ৰমুগ্ধ হৈ পৰিছিল। তেওঁ দেৱকী নন্দন পাণ্ডেৰ কণ্ঠত তেওঁৰ লাইন ‘এইয়া আকাশবাণী; এতিয়া আপুনি খবৰ শুনিব দেৱকী নন্দন পাণ্ডেৰ পৰা’-আওৰাই  ক'লে। ইয়াৰ উপৰিও তেওঁ পামেলা সিং আৰু লোটিকা ৰত্নমৰ কণ্ঠক প্ৰশংসা কৰে। 

Supreme Court not opposition…': CJI DY Chandrachud on top court's real job  | Latest News India - Hindustan Times

এই সাক্ষাৎকাৰত তেওঁ মাকৰ সৈতে জড়িত এটা কাহিনীও বৰ্ণনা কৰে। তেওঁ কয়, ‘‘মোৰ মা এগৰাকী শাস্ত্ৰীয় সংগীতজ্ঞ আছিল। মই তৃতীয়-চতুৰ্থ শ্ৰেণীত পঢ়ি থাকোঁতে মায়ে মোক মুম্বাইৰ ষ্টুডিঅ'লৈ লৈ গৈছিল। ১৯৭৫ চনত তেওঁ দিল্লীলৈ আহি পুনৰ আকাশবাণীৰ অডিচন দিয়ে।’’ ইয়াৰ পিছত দুয়োজনে হিন্দী আৰু ইংৰাজী ভাষাত অনুষ্ঠান আৰম্ভ কৰিছিল।

তেওঁ কয়, "মোৰ নিজৰ ব্যক্তিগত সংগতি অল ইণ্ডিয়া ৰেডিঅ'ৰ সৈতে জড়িত হৈ আহিছে। মই মাৰ সৈতে ষ্টুডিঅ'লৈ যাও। ১৯৭৫ চনত দিল্লীলৈ আহোঁতে মোক কোৱা হৈছিল যে মইও অডিচন দিব পাৰো। ইয়াৰ পিছত মইও হিন্দী পঢ়িবলৈ আৰম্ভ কৰিলোঁ। আৰু ইংৰাজী আৰু হিন্দী দুয়োটা ভাষাতে অনুষ্ঠান আৰম্ভ কৰিলোঁ। মোৰ আজিও মনত আছে যে মই হিন্দী ভাষাত বহু অনুষ্ঠান কৰিছো। মোৰ প্ৰথম অনুষ্ঠানটো এতিয়াও মনত আছে। সেই সময়ত মই পশ্চিমীয়া সংগীতৰ অনুষ্ঠানো কৰিছিলোঁ। এইদৰেই অল ইণ্ডিয়া ৰেডিঅ’ৰ সৈতে মোৰ এক বিশেষ সম্পৰ্ক গঢ় লৈ উঠিছিল ৷" 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতৰ ওপৰত ৫০ শতাংশ শুল্ক আৰোপ কৰাৰ জাননী জাৰি ট্ৰাম্পৰ
বিশ্বৰ বিভিন্ন দেশত ইৰানৰ অস্ত্র-শস্ত্ৰ নিৰ্মাণকাৰী কাৰখানা আছে
কলিয়াবৰৰ জখলাবন্ধা ৰে’লগে’টত গুলীচালনাৰ ঘটনা ; সন্দেহজনক বাহনলৈ আৰক্ষীৰ গুলি
ভাৰতীয় মহাকাশ, প্ৰতিৰক্ষা বিজ্ঞানীৰ দুটা গুৰুত্বপূৰ্ণ সম্পৰীক্ষা
বিদ্যুৎ বিভাগৰ কাৰ্যালয়ত চোৰৰ সন্ত্ৰাস ! লুটি নিলে ইনভাৰ্টাৰ,বেটাৰী,পানী উঠোৱা মটৰ আৰু বৈদ্যুতিক তাঁৰ
অনিশ দয়াল সিঙক ভাৰতৰ উপ-ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা নিযুক্তি
সলনি হ'ব পাৰে GMCHৰ অধ্যক্ষ ; ডাঃ অচ্যুত বৈশ্যক শাস্তিমুলক বদলিৰ সম্ভাৱনা
৬ হাজাৰ ছাত্ৰৰ ভিছা বাতিল আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ৰ
ৰাজ্যৰ বনাঞ্চলত উচ্ছেদক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়
আলমণ্ডৰ পৰা তৈয়াৰ কৰা গাখীৰ খোৱাটো কিমান উপকাৰী? জানি লওক সবিশেষ
নাম-কীৰ্তনেৰে মুখৰ ৰাজ্যৰ সত্ৰ-নামঘৰ, আৰম্ভ হ'ল পৱিত্ৰ ভাদ মাহ
২০ আগষ্টত 'চতিয়া দিৱস'ৰ প্ৰস্তুতি, ৰাজ্যিক স্বীকৃতিৰ পাছত প্ৰথমবাৰৰ বাবে চৰকাৰীভাৱে হ'ব উদযাপন
ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ ভয়াৱহ খহনীয়া! মাইজানৰ বৃহৎ অংশ নিলে উটুৱায়
এন এছ এফৰ শীৰ্ষ পদৰ বাবে নিয়ম শিথিল