--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অহা শীতকালত আপৰ সাংসদ ৰাঘৱ চাধাৰ সৈতে বিবাহপাশত আবদ্ধ হ’বলৈ ওলাইছে পৰিনীতি চোপ্ৰাই। এই মুহূৰ্তত চূড়ান্ত এংগেজমেণ্ট দুটা পৰিয়ালত চলি আছে। তাৰমাজতে এইবাৰ দুয়ো অমৃতসৰৰ স্বৰ্ণ মন্দিৰলৈ যায়।

মন্দিৰলৈ যাওঁতে পৰিনীতিয়ে বগা কাপোৰ পিন্ধিছিল। মূৰটো বগা ওৰণিৰে ঢাকি থোৱা আছিল। আনহাতে ৰাঘৱে পিন্ধিছিল বগা কুৰ্তা-পাইজামা। ধূসৰ ৰঙৰ জুৱেল কোটৰ সৈতে। মূৰটো ওখৰ ৰঙৰ কাপোৰেৰে ঢাকি থোৱা আছিল। দুয়োজনে আশীৰ্বাদ ল’লে।

শিখ পৰম্পৰা অনুসৰি লেংগাৰ পৰিবেশন কৰাটো শ্ৰদ্ধাৰ কাম বুলি গণ্য কৰা হয়। সেইবাবে পৰিনীতিয়ে চলচিত্ৰৰ নায়িকা হৈও সাধাৰণ মানুহৰ লগত যোগ দিলে।

উদয়পুৰৰ ‘দ্য ওবেৰয় উদয়ভিলাছ’ হোটেলত দম্পতীহালৰ বিবাহ অনুষ্ঠান অনুষ্ঠিত হ’ব বুলি জনা গৈছে। এই হোটেলতে শ্বুটিং কৰা হৈছিল বলীউডৰ জনপ্ৰিয় ছবি 'য়েহ জৱানী হায় দীৱানী’। ৰাঘৱ এজন বিশুদ্ধ পাঞ্জাবী। গতিকে দুই তাৰকাৰ বিবাহ শিখ প্ৰথা অনুসৰি হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক