--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মেচ ফিক্সিঙৰ বাবে ৫ বছৰৰ বাবে ক্ৰিকেটৰ পৰা নিষিদ্ধ কৰা হৈছিল মহম্মদ আমিৰক। এইবাৰ টি-২০ বিশ্বকাপৰ পূৰ্বে দললৈ ঘূৰাই অনা হৈছে পাকিস্তানৰ এই পেচাৰগৰাকীক। হয়তো টি-২০ বিশ্বকাপৰ দলত ৰখা হ’ব। সেই আমিৰে নিজৰ সতীৰ্থসকলক মেচ ফিক্সিঙৰ কাণ্ডটো পাহৰিবলৈ ক’লে।

আমিৰে কয়, ''মোৰ অপৰাধৰ শাস্তি পাইছো। ২০১০ চনৰ পৰা ২০১৫ চনলৈকে মই নিৰ্বাসনত আছিলো। ২০২০ চনৰ পৰা ২০২৪ চনলৈ খেলৰ পৰা আঁতৰি আছিলো। ক্ৰিকেট কেৰিয়াৰৰ ৯ বছৰৰ অপচয়। সকলো ঈশ্বৰৰ ইচ্ছা। সেই সকলোবোৰ এৰি থৈ আহিলোঁ। সেই সকলোবোৰ মনত পেলাব নিবিচাৰো।"

আমিৰৰ আন্তঃৰাষ্ট্ৰীয় দললৈ ঘূৰি অহাক লৈ বহুতে মতানৈক্য প্ৰকাশ কৰিছে। কিন্তু পাক পেচাৰজনে শুনিবলৈ অস্বীকাৰ কৰিলে। তেওঁ কয় - ''ঘৰুৱা ক্ৰিকেট খেলা নোহোৱাকৈয়ে মোক আৰু ইমাদৰ আন্তঃৰাষ্ট্ৰীয় দললৈ ঘূৰি অহাক বহুতে সমালোচনা কৰিছে। মই তেওঁলোকক সুধিব বিচাৰো, পাকিস্তানৰ ঘৰুৱা টি-২০ প্ৰতিযোগিতাখন কোনখন শ্ৰেষ্ঠ? পাকিস্তান ছুপাৰ লীগ আমি দুয়ো তাত খেলিছিলো। পি এছ এলত পৰিবেশন কৰা হৈছে।’’

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ