--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ তেওঁ ৰোমাঞ্চৰ ৰজা। আঠৰ পৰা আশীলৈ যিকোনো বয়সৰ মহিলা তেওঁৰ অনুৰাগী। তেওঁ হৈছে শ্বাহৰুখ খান। উদ্যোগটোৰ ভিতৰতে তেওঁৰ ‘লেডিজ মেন’ হিচাপে সুনাম আছে। শেহতীয়াকৈ অভিনেতাগৰাকীয়ে ডুবাইত এক অভাৱনীয় কাণ্ডৰ সন্মুখীন হ’বলগীয়া হৈছে।

মঙলবাৰে ডুবাইত অনুষ্ঠিত এক অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ গৈছিল শ্বাহৰুখ। নিমন্ত্ৰিত অতিথিসকলৰ লগত অলপ আদান-প্ৰদান হয়। ডুবাইৰ বাৰখনৰ চাৰিওফালে লেজাৰ পোহৰ সিঁচৰতি দেখা গৈছিল। মাজতে শ্বাহৰুখে তেওঁৰ সহকাৰী পূজা দাদলানী আৰু ব্যক্তিগত দেহৰক্ষীক লৈ প্ৰৱেশ কৰে। পিন্ধনত আছিল ক’লা চুট। অতিথিসকলে তেওঁক সম্ভাষণ জনালে। ইয়াৰ মাজতে হঠাতে এগৰাকী যুৱতী আবিৰ্ভাৱ হ’ল। শ্বাহৰুখক সুধে যে এবাৰ গালত চুমা খাব পাৰিবনে? কিন্তু শ্বাহৰুখৰ সন্মতিলৈ অপেক্ষা নকৰাকৈয়ে তেওঁৰ ডিঙিত সাৱটি ধৰি গালত চুমা খালে। অৱশ্যে শ্বাহৰুখৰ চকুত কোনো বিৰক্তি দেখা পোৱা নগ’ল।


সামাজিক মাধ্যমত এক বৃহৎ অংশই যুৱতীগৰাকীৰ আচৰণক সমালোচনা কৰিছে। কোনোবাই লিখিছে, অনুমতি অবিহনে এনে কাম কৰা উচিত নহয়। কোনো কোনোৱে এই প্ৰশ্ন উত্থাপন কৰিছে, “এজন পুৰুষ অনুৰাগীয়ে যদি নায়িকাসকলৰ লগত এনে ব্যৱহাৰ কৰিলেহেঁতেন তেন্তে কি হ’লহেঁতেন?’’




FOLLOW US F
POPULAR
FEATURE
TRENDY
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ