--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ফিট হ’বলৈ আপোনাৰ খাদ্য তালিকাত গ্ৰীণ টি থকাটো আৱশ্যকীয়। এই যাদুকৰী চাহৰ পৰা সৰ্বাধিক লাভ কৰিব বিচাৰিলে কিছুমান নিৰ্দেশনা আগবঢ়োৱা হ’ল। গ্ৰীণ টিৰ সেৱন প্ৰতিদিনে দুকাপৰ পৰা পাঁচ কাপৰ ভিতৰত হ’ব লাগে। গ্ৰীণ টি খোৱাৰ সময়ত কিছুমান নিয়ম মানি চলিব লাগিব। অৱশ্যে গ্ৰীণ টি কেইবাটাও সোৱাদত পোৱা যায়। যিবোৰ ৰুচিৰ ফালৰ পৰা শ্ৰেষ্ঠ আৰু কামত অতি উপযোগী।
Lemon Honey Green Tea at Rs 500/kilogram | Cheran Nagar | Coimbatore | ID:  12402696130
১) লেমন গ্ৰীণ টি: গৰম পানীত গ্ৰীণ টি দি ভালদৰে গৰম কৰি লওক। তাত নেমুৰ ৰস অলপ দি সোৱাদ অনুযায়ী কিছু মৌ দিব।
 মিন্ট গ্রিন টি:,[object Object],যখন গ্রিন টি যুক্ত জল গরম হচ্ছে, ঠিক তখন একটু মিন্ট পাতা মিশিয়ে নিন। মিষ্টি হওয়ার জন্য় একটু মধু মিশিয়ে নিন।
২) মিন্ট গ্ৰীণ টি: গ্ৰীণ টিৰ পানী গৰম হৈ থকাৰ সময়ত মাত্ৰ পদিনা পাত অলপ দিব। মিঠাৰ বাবে অলপ মৌ দিব।
 আইসড গ্রিন টি:,[object Object],গরম জলে গ্রিন-টি দিয়ে ৫-১০মিনিট সেদ্ধ করুন। তাতে মেশান জৈব মধু এবং ছেঁকে দেওয়া সবুজ চা যোগ করুন। কয়েক ঘণ্টা ফ্রিজে রেখে দিন। তাতে বরফ কুচি ফেলে দিয়ে খেতে পারেন সেই চা।
৩) আইচড গ্ৰীণ টি: গৰম পানী গ্ৰীণ টিৰ লগত ৫-১০ মিনিট উতলাই লওক। তাত জৈৱিক মৌ আৰু চেকি লোৱা গ্ৰীণ টি দিব। কেইঘণ্টামান ফ্ৰীজত থৈ দিব। সেই চাহখিনিত বৰফৰ টুকুৰা পেলাই পান কৰিব পাৰি।
 রোসি গ্রিন টি:,[object Object],এক কাপ গরম গ্রিন টিতে ফেলে দিন কয়েকটি গোলাপের পাপড়ি। এই চা আপনি একঘণ্টা ধরে আরাম করে একটু একটু করে সিপ নিয়ে খেতে পারেন।
৪) ৰ'জী গ্ৰীণ টি: গৰম গ্ৰীণ টি একাপত কেইটামান গোলাপৰ পাহি পেলাই দিব। এই চাহ লাহে লাহে এঘণ্টা ধৰি চুমুক দিব পাৰে।
Sache Wellness Cinnamon Green Tea at best price in Noida by Sache Wellness  Private Limited | ID: 15559181433
৫) ডালচেনি গ্ৰীণ টি: গ্ৰীণ টি একাপত কেইটামান ডালচেনি দিব। অলপ মৌ দিব যাতে সোৱাদ ভাল হয়। ঘণ্টাৰ পিছত ঘণ্টা এই চাহৰ চুমুক দি উপভোগ কৰি থাকিব।











FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
‘ককৰ’চ’ৰ প্ৰতিবাদ ৰুধিবলৈ বন্ধ কৰিলে দিল্লীৰ ১৬টা মেট্র’ ষ্টেছন
বানৰ কবলত অসম: পৰিস্থিতিৰ ভয়াৱহ অৱনতি, মৃতকৰ সংখ্যা বৃদ্ধি; মুখ্যমন্ত্ৰীৰ ৪ লাখ টকাৰ সাহায্য ঘোষণা
উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে; নাগালেণ্ডৰ সৈতে জলস্তৰ বৃদ্ধি সন্দৰ্ভত আলোচনাৰ ইংগিত
শুক্ৰ গ্ৰহৰ স্থিতি শক্তিশালী কৰিব এই ৪ জোপা উদ্ভিদে; সমৃদ্ধিৰ লগতে লাভ কৰিব দেৱী লক্ষ্মীৰ কৃপা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement