--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেউতাকক খবৰটো কোৱাৰ পিছত স্বাভাৱিক আচৰণ কৰিলে। কিন্তু মাক-পত্নীক খবৰ দিয়াৰ পাছত তেওঁলোকে নিজৰ আৱেগ নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে। লগে লগে কান্দিলে। অৱসৰ ঘোষণাৰ ভিডিঅ’ বাৰ্তাত এই মন্তব্য  কৰিছে সুনীল ছেত্ৰীয়ে । তেওঁ কয় যে তেওঁ প্ৰথমে পৰিয়ালক কোৱাৰ কথা ভাবিছিল, সতীৰ্থ বা প্ৰশিক্ষকক নহয়।

এটা ভিডিঅ’ মেছেজত সুনীলে কয়- ''অৱসৰৰ কথা মই প্ৰথমে মোৰ পৰিয়ালক কৈছিলো। মা, পিতৃ আৰু পত্নী। দেউতাই স্বাভাৱিক আচৰণ কৰিছিল। তেওঁ সুখী হৈছিল। কিন্তু মাক আৰু পত্নীয়ে লগে লগে কান্দিবলৈ ধৰিলে।’’

দেশৰ হৈ খেলাৰ আনন্দ আৰু একে সময়তে অসহ্যকৰ চাপৰ বিষয়ে সুনীলে বৰ্ণনা কৰে। তেওঁৰ ভাষাত, ‘যোৱা ১৯ বছৰত দেশৰ হৈ খেলাৰ অসহ্য হেঁচা আৰু আনন্দ সদায় মোৰ লগত আছে। ব্যক্তিগতভাৱে মই কেতিয়াও ভবা নাছিলো যে দেশৰ হৈ ইমান মেচ খেলিম, ভাল হওক বা বেয়া হওক, ইমানখিনি কৰিব পাৰিম। এতিয়া পাইছো। যোৱা ডেৰ মাহ ধৰি মই তেনেকুৱা কৰি আছো আৰু ইমানেই অদ্ভুত অনুভৱ হৈছে। হয়তো কাৰণ মই উপলব্ধি কৰিছিলো যে পৰৱৰ্তী মেচখন মোৰ শেষ মেচ হ’ব।”

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী