--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  সমকামিতাক বিশ্বৰ বহু দেশেই স্বীকৃতি দিছে। এনে সময়তে দুগৰাকী সমকামী বিশ্ব সুন্দৰীয়ে অৱশেষত বিয়াত বহাৰ সিদ্ধান্ত ল’লে। মিছ আৰ্জেণ্টিনা আৰু মিছ পুয়েৰ্টো ৰিকো। দুয়োৱে প্ৰথমবাৰৰ বাবে এক সৌন্দৰ্য প্ৰতিযোগিতাত লগ পাইছিল । এটা সময়ত দুয়োগৰাকী যুৱতীয়েই প্ৰেমত পৰিছিল। 

অৱশ্যে তেওঁলোক দুয়োজনে সম্পৰ্কগৰাকীয়েই  তেওঁলোকৰ নিজ নিজ দেশৰ শ্ৰেষ্ঠ সুন্দৰীৰ  খিতাপ লাভ কৰিছিল। মাৰিয়ানা ভাৰেলাই ২০২০ চনত মিছ আৰ্জেণ্টিনা খিতাপ জিকিছিল। ফাবিওলা ভেলেণ্টিন সেই বছৰেই মিছ পুয়েৰ্টো ৰিকো হৈছিল। তেওঁলোকে ৩১ অক্টোবৰ, সোমবাৰে তেওঁলোকৰ বিবাহৰ কথা ঘোষণা কৰিছিল। 


নেটত প্ৰকাশ কৰা  তেওঁলোকৰ পোষ্ট অনুসৰি ২৮ অক্টোবৰত তেওঁলোকৰ মাজত আঙুঠি পিন্ধোৱা পৰ্ব সম্পন্ন হৈছিল।  মাৰিয়ানা আৰু ফাবিওলাই অৱশেষত যাৱতীয় ৰীতি-নীতিৰে   বিবাহপাশত আবদ্ধ হয়।দম্পতীহালে এতিয়া  নতুন যাত্ৰা আৰম্ভ কৰিছে। এনেদৰে দুগৰাকী সুন্দৰীয়ে বিবাহপাশত আবদ্ধ হোৱাৰ কথাই সমগ্ৰ বিশ্বতে বেছ চৰ্চা লাভ কৰিছে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক