--°C
Loading...
Listen to Article
2 min read
80%

গুৱাহাটীঃ সমগ্ৰ বিশ্বৰ লগতে ভাৰতকো কৰ’নাই গ্ৰাস কৰিছে। ২৪ ঘণ্টাত দেশত পুনৰ ৪ লক্ষাধিক আক্ৰান্ত হৈছে। ২৪ ঘণ্টাত আক্ৰান্তৰ মুঠ সংখ্যা ৪,০১,৩২৬ জনৰ বিপৰীতে মৃতকৰ সংখ্যা ৪,১৯৪ জন।

আৰু পঢ়িব পাৰিব : অৱশেষত কালান্তক কৰ’নাৰ পৰা হাত সাৰিবলৈ চৰকাৰে ঘোষণা কৰিলে দুসপ্তাহৰ লকডাউন

এদিনতে মৃতকৰ এই সংখ্যা বৰ্তমালৈ সৰ্বাধিক। মহাৰাষ্ট্র-কেৰালা-উঃ প্ৰদেশ-তামিলনাডু-দিল্লীত অবৰ্ণনীয় পৰিৱেশে বিৰাজ কৰিছে।

আৰু পঢ়িব পাৰিব : মুখ্যমন্ত্ৰীকেন্দ্ৰিক ৰাজনীতিৰ নতুন মোৰ: দিল্লীলৈ তলব সৰ্বানন্দ-হিমন্ত


ইফালে ক্ৰমাৎ শোচনীয় হৈছে অসমৰ ক’ভিড পৰিস্থিতি। কালিৰ দিনটোত আক্ৰান্ত হৈছে ৫,৬২৬ জন। কেৱল কামৰূপ (মঃ)তে আক্ৰান্ত হৈছে ১,৫৫১ গৰাকী। ২৪ ঘণ্টাত ৰাজ্যত মৃতকৰ সংখ্যা ৪৭ জনলৈ বৃদ্ধি হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ