--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চেম্পিয়নছ ট্ৰফীৰ ছেমি ফাইনেলত ভাৰতৰ বিৰুদ্ধে খেলিব অষ্ট্ৰেলিয়াই। মঙলবাৰে ডুবাই আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত দুয়োটা দলৰ মাজত মুখামুখি হ’ব। ইয়াৰ পূৰ্বে ৰোহিত শৰ্মাৰ অধিনায়কত্বত থকা ভাৰতীয় দলটোৱে গ্ৰুপ পৰ্যায়ৰ তিনিওখন খেলতে জয়লাভ কৰিছিল। বাংলাদেশৰ বাহিৰেও ভাৰতীয় দলটোৱে পাকিস্তান আৰু নিউজিলেণ্ডক পৰাস্ত কৰে। 

আচলতে স্পিনাৰ বৰুণ চক্ৰৱৰ্তীক হৰ্ষিত ৰানাৰ ঠাইত নিউজিলেণ্ডৰ বিৰুদ্ধে প্লেয়িং ১১ত অন্তৰ্ভুক্ত কৰা হৈছিল। আনহাতে ইয়াৰ পূৰ্বে বেগী বলাৰ হৰ্ষিত ৰাণাই বাংলাদেশ আৰু পাকিস্তানৰ বিৰুদ্ধে খেলিছিল। এতিয়া প্ৰশ্ন হয় অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে প্লেয়িং ১১ত কোন থাকিব?

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ছেমি ফাইনেলত হৰ্ষিত ৰানা পুনৰ টিম ইণ্ডিয়াৰ প্লেইং ১১লৈ ঘূৰি আহিবনে? নে বৰুণ চক্ৰৱৰ্তীয়ে খেলিব? অৱশ্যে এই সন্দৰ্ভত সন্দেহ অব্যাহত আছে যদিও বহু প্ৰাক্তন ক্ৰিকেটাৰৰ মতে ভাৰতে হৰ্ষিত ৰাণা আৰু বৰুণ চক্ৰৱৰ্তী দুয়োকে প্লেয়িং ১১ খেলিব লাগে। একে সময়তে মহম্মদ শ্বামীক জিৰণি দিব পাৰি। অৱশ্যে ভাৰতীয় অধিনায়ক ৰোহিত শৰ্মা আৰু দল পৰিচালনাই কি সিদ্ধান্ত লয় সেয়া চাবলৈ আগ্ৰহী ক্ৰিকেট অনুৰাগী? ইয়াৰ বাহিৰেও ভাৰতীয় বেটিং অৰ্ডাৰ সলনি হোৱাৰ সম্ভাৱনা অতি কম।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক