--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃচলচ্চিত্ৰ নিৰ্মাতা এছ এছ ৰাজামৌলিৰ "আৰ আৰ আৰ"-এ মঙলবাৰে ছবিখনৰ গীত "নাটু নাটু"ৰ জৰিয়তে সৰ্বশ্ৰেষ্ঠ মূল গীত শ্ৰেণীত অস্কাৰৰ মনোনয়ন (Oscars 2023 Nominations) লাভ কৰি ইতিহাস সৃষ্টি কৰে।


ছবিখনৰ অফিচিয়েল ৱেবছাইটৰ টুইটাৰ হেণ্ডেলত টুইট কৰি কোৱা হৈছে- ''আমি ইতিহাস সৃষ্টি কৰিছোঁ। এয়া জনাবলৈ পাই গৰ্বিত আৰু সুখী হৈছোঁ যে নাটু নাটু (RRR song Naatu Naatu)ক ৯৫সংখ্যক একাডেমী বঁটাৰ বাবে শ্ৰেষ্ঠ মৌলিক গীতৰ বাবে মনোনীত হৈছে।"


উল্লেখ্য, চলিত মাহৰ আৰম্ভণিতে গীতটোৰ বাবে কীৰাৱনীয়ে গোল্ডেন গ্ল’বৰ লগতে ক্ৰিটিক চইছ এৱাৰ্ডো লাভ কৰে। ছবিখনে শ্ৰেষ্ঠ বিদেশী ভাষাৰ চলচ্চিত্ৰ শাখাত আন ক্ৰিটিক চইছ এৱাৰ্ড লাভ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক