--°C
Loading...
Listen to Article
2 min read
80%

ঢেকিয়াজুলী : 'অসমবাসীৰ গভীৰ আন্তৰিকতাই মোক আপ্লুত কৰে৷ এয়া ভ্ৰমণ নহয়, আপোনালোকৰ দৰ্শনৰ বাবে আহিছো'- এনেদৰে ঢেকিয়াজুলীৰ পৰা অসমীয়াক সম্বোধন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷ প্ৰথমেই জনগোষ্ঠীয় ভাষাৰে ভাষণ আৰম্ভ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে৷ শনিবাৰৰ বন্তি প্ৰজ্বলনৰ বাবে ৰাইজক ধন্যবাদ জ্ঞাপন তেওঁৰ৷

আৰু পঢ়িব পাৰিব : নৰেন্দ্ৰ মোদীৰ সপোনৰ ভাৰতৰ গোলকীয় ভাবমূৰ্তি সংকটত নেকি? 

আনহাতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পশংসাত পঞ্চমুখ হৈ পৰে মোদী৷ তেওঁৰ মতে, সোণোৱাল চৰকাৰে তৰিৎ গতিৰে ত্বৰান্বিত কৰিছে উন্নয়ন৷ ইপিনে অসম আক্ৰমণকাৰীক পৰাস্ত কৰাৰ পবিত্ৰ ভূমি বুলিও মন্তব্য কৰে মোদীয়ে৷ ঢেকীয়াজুলিৰ ৪২ৰ ছহিদক স্মৰণ মোদীৰ৷

আৰু পঢ়িব পাৰিব :বিশ্বৰ ভিতৰতেই সৰ্ববৃহৎ লিংগাকাৰ মহামৃত্যুঞ্জয় মন্দিৰ মুকলি কৰিব মোদীয়ে

ইপিনে অনুষ্ঠানত অংশগ্ৰহণ কৰি ‘নৰেন্দ্ৰ মোদী জিন্দাবাদ’ ধ্বনিৰে ভাষণ আৰম্ভ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে৷ উত্তৰ-পূবৰ উন্নয়নত মোদী চৰকাৰে বিশেষ গুৰুত্ব দিছে বুলি মন্তব্য সোণোৱালৰ৷ ক’ভিডকালৰ কেন্দ্ৰৰ সহযোগিতাৰ বাবে মোদীলৈ কৃতজ্ঞতা জ্ঞাপন সৰ্বানন্দৰ৷ অৰুণোদয়, স্বয়ম আদি আঁচনিৰ বাবে উপকৃত লক্ষ লক্ষ জন বুলিও অবিহিত কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
৫.৫৪%লৈ বৃদ্ধি খুচুৰা মুদ্রাস্ফীতি
মহাকাশৰ পৰা অসমৰ ৰাজ্যিক জলচৰ প্ৰাণী ‘শিহু’ৰ গতিবিধি নিৰীক্ষণ
আজিৰে পৰা পুনৰ মুকলি পবিতৰা অভয়াৰণ্য
সাত বছৰৰ দীঘলীয়া বিৰতিৰ অন্তত নতুন উদ্যমেৰে ট্ৰেক এণ্ড ফিল্ডলৈ উভতিবলৈ সাজু হিমা দাস
৫২ বছৰত বিশ্বজুৰি হ্ৰাস ৭৩% বন্যপ্রাণী! ইয়াৰ মাজতে আশাৰ ৰেঙনি দেখুৱাইছে ভাৰতে
এবছৰে কাৰাবন্দী হৈ আজি মুকলি আকাশৰ তললৈ অমৃতপ্ৰভা মহন্ত
আজিৰে পৰা পুনৰ মুকলি পবিতৰা অভয়াৰণ্য
মহাকাশৰ পৰা অসমৰ ৰাজ্যিক জলচৰ প্ৰাণী ‘শিহু’ৰ গতিবিধি নিৰীক্ষণ
৫.৫৪%লৈ বৃদ্ধি খুচুৰা মুদ্রাস্ফীতি
জিলিকি থকা ছাল পাবলৈ কি কৰিব লাগে?
নামৰূপৰ বিশিষ্ট সমাজকৰ্মী মিনাৰাম চুতীয়ালৈ বাবা চাহেব বি. আৰ আম্বেদকাৰ বঁটা
সাৱধান! গৰ্ভৱতী-প্ৰসূতি মহিলাক চৰকাৰী সাহায্যৰ প্ৰলোভন; হাজোত লাখে লাখে টকা লুটিছে চাইবাৰ অপৰাধীয়ে
বিশিষ্ট স্ত্ৰী ৰোগ বিশেষজ্ঞ ডাঃ শান্তি মেধিৰ পৰলোক প্ৰাপ্তি
ভাৰতীয় মহিলা দলৰ অধিনায়কৰ পদ এৰিলে হৰমনপ্রীত কৌৰে