--°C
Loading...
Listen to Article
2 min read
80%

ঢেকিয়াজুলী : এইবাৰ ব্যতিক্ৰমী ৰূপত ভাষণ প্ৰদান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ৷ সুধাকণ্ঠৰ গীতৰ কলিৰে ভাষণ উপস্থাপন মোদীৰ৷ ভাষণৰ মাজতেই ‘সাহসৰ অনন্ত সিন্ধু…’ কলিৰ উল্লেখ প্ৰধানমন্ত্ৰীগকাৰীৰ৷ প্ৰথমেই জনগোষ্ঠীয় ভাষাৰে ভাষণ আৰম্ভ কৰে তেওঁ৷

আৰু পঢ়িব পাৰিব : অসমবাসীৰ গভীৰ আন্তৰিকতাই মোক আপ্লুত কৰে৷ এয়া ভ্ৰমণ নহয়, আপোনালোকৰ দৰ্শনৰ বাবে আহিছোঃ মোদী

ইপিনে অসমবাসীৰ গভীৰ আন্তৰিকতাই মোদীক আপ্লুত কৰিছে বুলিও মন্তব্য কৰাৰ লগতে এয়া ভ্ৰমণ নহয়, অসমীয়াক দৰ্শনৰ বাবে আহিছে প্ৰধানমন্ত্ৰীগৰাকী৷ অসমৰ উন্নয়নৰ কথা আওৰাই তেওঁ কয়, 'উন্নয়নৰ বাবে অসম, পূৰ্বোত্তৰে দীঘলীয়া অপেক্ষা কৰিলে৷ আজিৰ দিনটো অসমৰ উন্নয়নৰ বিশেষ দিন৷'

আৰু পঢ়িব পাৰিব : নৰেন্দ্ৰ মোদীৰ সপোনৰ ভাৰতৰ গোলকীয় ভাবমূৰ্তি সংকটত নেকি? 

ইপিনে হিংসাদ্বেষ আঁতৰাই উন্নয়নৰ পথত আগুৱাইছে অসম বুলিও মন্তব্য কৰে তেওঁ৷ লগতে মোদীয়ে উল্লেখ কৰে যে, ২০১৬লৈ অসমত মাত্ৰ ৬খন মেডিকেল কলেজ আছিল৷ বিজেপি চৰকাৰে ৫ বছৰতে কৰিলে ৫খন মেডিকেল কলেজ স্থাপন কৰিলে৷ এতিয়া অসমে প্ৰতিবছৰে পাব ১৬শ চিকিৎসক৷ যাৰ ফলত দৰিদ্ৰতাপিষ্ট মেধায়ো সুযোগ পাব বুলি মোদীয়ে দোহাৰে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
৫.৫৪%লৈ বৃদ্ধি খুচুৰা মুদ্রাস্ফীতি
মহাকাশৰ পৰা অসমৰ ৰাজ্যিক জলচৰ প্ৰাণী ‘শিহু’ৰ গতিবিধি নিৰীক্ষণ
আজিৰে পৰা পুনৰ মুকলি পবিতৰা অভয়াৰণ্য
সাত বছৰৰ দীঘলীয়া বিৰতিৰ অন্তত নতুন উদ্যমেৰে ট্ৰেক এণ্ড ফিল্ডলৈ উভতিবলৈ সাজু হিমা দাস
৫২ বছৰত বিশ্বজুৰি হ্ৰাস ৭৩% বন্যপ্রাণী! ইয়াৰ মাজতে আশাৰ ৰেঙনি দেখুৱাইছে ভাৰতে
এবছৰে কাৰাবন্দী হৈ আজি মুকলি আকাশৰ তললৈ অমৃতপ্ৰভা মহন্ত
আজিৰে পৰা পুনৰ মুকলি পবিতৰা অভয়াৰণ্য
মহাকাশৰ পৰা অসমৰ ৰাজ্যিক জলচৰ প্ৰাণী ‘শিহু’ৰ গতিবিধি নিৰীক্ষণ
৫.৫৪%লৈ বৃদ্ধি খুচুৰা মুদ্রাস্ফীতি
জিলিকি থকা ছাল পাবলৈ কি কৰিব লাগে?
নামৰূপৰ বিশিষ্ট সমাজকৰ্মী মিনাৰাম চুতীয়ালৈ বাবা চাহেব বি. আৰ আম্বেদকাৰ বঁটা
সাৱধান! গৰ্ভৱতী-প্ৰসূতি মহিলাক চৰকাৰী সাহায্যৰ প্ৰলোভন; হাজোত লাখে লাখে টকা লুটিছে চাইবাৰ অপৰাধীয়ে
বিশিষ্ট স্ত্ৰী ৰোগ বিশেষজ্ঞ ডাঃ শান্তি মেধিৰ পৰলোক প্ৰাপ্তি
ভাৰতীয় মহিলা দলৰ অধিনায়কৰ পদ এৰিলে হৰমনপ্রীত কৌৰে