--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ক্ৰমাৎ অসুস্থ হৈ পৰিছে বলীউড জগতৰ জ্যেষ্ঠ অভিনেতা ধৰ্মেন্দ্ৰ৷ বিশেষ সূত্ৰৰ খবৰ অনুসৰি অভিনেতা ধৰ্মেন্দ্ৰ চিকিৎসাৰ বাবে আমেৰিকালৈ গৈছে।অভিনেতাজনৰ লগত পুত্ৰ ছানী দেউলো আমেৰিকালৈ গৈছে য'ত তেওঁ ১৫-২০ দিন থাকিব যাতে ধৰ্মেন্দ্ৰই উপযুক্ত চিকিৎসা লাভ কৰিব পাৰে।

ইণ্ডিয়া টুডেত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি ধৰ্মেন্দ্ৰ কিছুদিনৰ পৰা স্বাস্থ্যজনিত সমস্যাৰ সন্মুখীন হৈছিল বুলি কোৱা হৈছে আৰু এতিয়া তেওঁৰ পুত্ৰ ছানী দেউলে তেওঁক চিকিৎসাৰ বাবে আমেৰিকালৈ লৈ গৈছে। কেৰিয়াৰৰ পৰা কিছুদিনৰ বাবে বিৰতি লৈ পিতৃৰ লগত যোৱাৰ সিদ্ধান্ত লৈছে ছানী দেউলে।

বিশেষ সূত্ৰই জনোৱা মতে, ৮৭ বছৰীয়া ধৰ্মেন্দ্ৰই স্বাস্থ্যৰ সৈতে জড়িত বহু সমস্যাৰ সন্মুখীন হৈছে। এনে পৰিস্থিতিত ছানী দেউলে তেওঁক আমেৰিকালৈ লৈ গৈছে যাতে তেওঁৰ উন্নত চিকিৎসা কৰা হয়। ছানী দেউল আৰু ধৰ্মেন্দ্ৰ ১৫-২০ দিন আমেৰিকাত থাকিব। কিন্তু ধৰ্মেন্দ্ৰৰ স্বাস্থ্যৰ সন্দৰ্ভত কোৱা হৈছে যে চিন্তাৰ কোনো কথা নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ