--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় ক্ৰিকেট দলৰ এজন প্ৰতিভাৱান ক্ৰিকেটাৰ আছিল ইউছুফ পাঠান। কিন্তু এতিয়া ক্ৰিকেটৰ পৰা আঁতৰি থকা ইউছুফ পাঠানে ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে ৰাজনীতিত নতুন ইনিংছ আৰম্ভ কৰিছে। বৰ্তমান ক্ৰিকেটাৰজনে তৃণমূল কংগ্ৰেছৰ সৈতে হাত মিলাইছে।পাঠানে পশ্চিম বংগৰ বাহাৰমপুৰ আসনৰ পৰা লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব।
यूसुफ पठान भारतीय क्रिकेट टीम के शानदार फिनिशर रहे हैं. लेकिन अब क्रिकेट से दूर चल रहे यूसुफ पठान ने लोकसभा चुनाव 2024 से पहले राजनीति में नई पारी की शुरुआत की है. उन्होंने तृणमूल कांग्रेस का हाथ थामा है. वह पश्चिम बंगाल की बहरामपुर सीट से लोकसभा का चुनाव लड़ेंगे.
কিন্তু এই বিস্ময় জীৱন যাপন কৰা ইউছুফ পাঠানে এসময়ত মছজিদৰ সৰু কোঠা এটাত বাস কৰিছিল। মছজিদৰ এটা কোঠাত পৰিয়ালৰ সৈতে পাৰ হৈছিল ইউছুফৰ শৈশৱ। ইউছুফৰ পিতৃ আছিল মছজিদৰ মুজ্জিন। কিন্তু ইমান সংগ্ৰামৰ মাজতো ইউছুফে ক্ৰিকেটাৰ হোৱাৰ সপোন দেখি সেই সপোন পূৰণ কৰিলে। ইউছুফে ইমানবোৰ সমস্যাৰ সন্মুখীন হ’ল যে তেওঁ  ক্ৰিকেট কিট কিনিবলৈ অক্ষম আছিল তথাপিও ইউছুফ নিজৰ স্থিতিত অটল আছিল।
लेकिन इस शानदार ज़िंदगी को जीने वाले यूसुफ पठान एक वक़्त पर मस्जिद के छोटे से कमरे रहते थे. यूसुफ का बचपन परिवार के साथ मस्जिद के एक कमरे में गुज़रा है. उनके पिता मस्जिद के मुअज्जिन थे. लेकिन इतने संघर्ष के बावजूद यूसुफ ने क्रिकेटर बनने का ख्वाब देखा और उसे पूरा किया. यूसुफ के आगे इतनी परेशानियां थी कि वह किट भी नहीं खरीद सकते थे, लेकिन फिर भी वह लगे रहे.
এতিয়া ইউছুফ পাঠান এক বিলাসী জীৱনৰ গৰাকী। এতিয়া তেওঁৰ এটা বিলাসী ঘৰ আৰু বহুতো বিলাসী গাড়ী আছে।ইউছুফ বৰোদাৰ বাসিন্দা, য'ত পাঠানৰ এটা বিলাসী ঘৰ আছে। সংবাদ মাধ্যমৰ খবৰ অনুসৰি ইউছুফৰ ঘৰৰ বৰ্তমান মূল্য প্ৰায় ৬ কোটি টকা।পাঠানৰ গাড়ীৰ সংগ্ৰহৰ কথা ক’বলৈ গ’লে ইউছুফৰ হাতত আছে ফৰ্ড এণ্ডিউভাৰ আৰু বিএমডব্লিউ এক্স৫।
अब यूसुफ पठान लग्जरी ज़िंदगी के मालिक हैं. अब उनके पास लग्जरी घर और तमाम लग्जरी कारें मौजूद हैं.
ইউছুফৰ মুঠ সম্পত্তিৰ কথা ক’বলৈ গ’লে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ বাতৰি অনুসৰি তেওঁৰ সম্পত্তিৰ পৰিমাণ প্ৰায় ২৫০ কোটি টকা। বৰ্তমান ক্ৰিকেটাৰজনৰ বাৰ্ষিক উপাৰ্জন প্ৰায় ২০ কোটি টকা।
वहीं उनके कार कलेक्शन की बात करें तो यूसुफ के पास फोर्ड एंडेवर और BMW X5 है.

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী