--°C
Loading...
Listen to Article
2 min read
80%
 ডিজিটেল ডেস্কঃ অভিনেত্ৰী আৰু বিলাস। দুয়োটা কথাই যেন একেটা মুদেৰাৰে ইপিঠি-সিপিঠি। বহু অভিনেত্ৰী আছে যিয়ে দৈন্দিন ব্যৱহাৰ কৰা দামৰ মূল্যই আকাশলংঘী। তেনে কেইগৰাকীমান অভিনেত্ৰীৰ কথাই ক’ব বিচৰা হৈছে। 

অভিনেত্ৰী মিমি চক্ৰৱৰ্তীৰ পৰা নুচৰত জাহান আৰু শুভাশ্ৰী গংগোপাধ্যায়লৈকেসকলোৱে  ব্যয়বহুল ব্ৰেণ্ডৰ বেগ ব্যৱহাৰ কৰে। তেওঁলোকে লুই ভিটনৰ পৰা বেলেন্সিয়াগাৰ দৰে ব্ৰেণ্ডৰবেগ ব্যৱহাৰ কৰি আহিছে। তেনে বেগ সমূহৰ  মূল্য বহুতৰে বাবে  চকু থৰ লগাব পৰা বিধৰ । 


 বেংগলী ছবি উদ্যোগৰ  অভিনেত্ৰী বেগ সকলৰ বেগৰ এনে মূল্যই আনকি বলীউডৰ বহু অভিনেত্ৰীৰ বেগৰ মূল্যকো চেৰ পেলাব। এয়া  অতি স্বাভাৱিক যে অভিনেত্ৰীসকলৰ মাজৰে বহুতৰে দামী বেগৰ  প্ৰতি বিশেষ আগ্ৰহ থাকে । টলিউডৰ অভিনেত্ৰীসকলৰ কথা ওলালেইসেই কথা অধিক স্পষ্ট হয়। অনুৰাগীসকলে সদায় অভিনেত্ৰীসকলৰ ওপৰত চকু ৰাখে। তেওঁলোকে কেনে ধৰণৰ শাৰী পিন্ধে, তেওঁলোকে কি ব্ৰেণ্ডৰ কাপোৰ পিন্ধে বা কোনটো ব্ৰেণ্ডেড বেগ বা জোতা ব্যৱহাৰ কৰে আদি কথাবোৰলৈ অনুৰাগীসকলে মন দিয়ে। 
এইক্ষেত্ৰত   বাঙালী অভিনেত্ৰীসকলেও ফেশ্বনৰ সৈতে কোনো ধৰণে আপোচ কৰা পৰিলক্ষিত হোৱা নাই।  
অভিনেত্ৰী নুছৰত জাহানৰ বেগটোৱে সকলোৰে  মনোযোগ আকৰ্ষণ কৰিছে।  নুছৰত জাহানৰ হাত এখন বিলাসী ফৰাচী ব্ৰেণ্ডৰ বেগ থকা দেখা যায়।  আপুনি এই বেগৰ  মূল্য শুনিলে হয়তো আচৰিতেই হ’ব।  নুছৰতৰ বেগখন লুই ভিটনৰ বিশেষ মনোগ্ৰাম কেনভাচৰ পৰা সংগ্ৰহ কৰা বেগ। এই বেগখন  অন্থেগো এমএম। ব্ৰেণ্ডটোৰ অফিচিয়েল ৱেবছাইটৰ পৰা উপলব্ধ তথ্য অনুসৰি, এই বেগখনৰ মূল্য ভাৰতীয় মুদ্ৰাত  ২ লাখতকৈও অধিক। 


দীপিকা পাডুকন এই বিখ্যাত ফৰাচী ব্ৰেণ্ডটোৰ ব্ৰেণ্ড এম্বেচেডৰ।কেৱল নুছৰত জাহানেই নহয়, শুভাশ্ৰী গংগোপাধ্যায়ৰ সংগ্ৰহত বহুতো দামী বেগ  আছে। ইয়াৰ প্ৰমাণ ইতিমধ্যে পোৱা গৈছে। শুভাশ্ৰী গঙ্গোপাধ্যায় অলপতে পেৰিছ ভ্ৰমণলৈ গৈছিল। সেই সময়ত, শুভাশ্ৰীক বেলেনচিয়াগৰৰ এটা বেগ কঢ়িয়াই নিয়া দেখা গৈছিল।

 ৱেবছাইটৰ পৰা উপলব্ধ তথ্য অনুসৰি, শুভাশ্ৰীৰ এই বেগটোৰ মূল্য প্ৰায় ১ লাখ টকা! শুভাশ্ৰী গংগোপাধ্যায় আৰু নুছৰত জাহানৰ উপৰি  মিমি চক্ৰৱৰ্তীকো এনে ব্ৰেণ্ডেড বেগ হাতত লোৱা  দেখা যায়। অভিনেত্ৰী মিমিয়ে ব্যৱহাৰ কৰা বেগৰ মূল্য ভাৰতীয় মুদ্ৰাৰ হিচাবত প্ৰায় ২ লাখ টকা।







FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
‘ককৰ’চ’ৰ প্ৰতিবাদ ৰুধিবলৈ বন্ধ কৰিলে দিল্লীৰ ১৬টা মেট্র’ ষ্টেছন
বানৰ কবলত অসম: পৰিস্থিতিৰ ভয়াৱহ অৱনতি, মৃতকৰ সংখ্যা বৃদ্ধি; মুখ্যমন্ত্ৰীৰ ৪ লাখ টকাৰ সাহায্য ঘোষণা
উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে; নাগালেণ্ডৰ সৈতে জলস্তৰ বৃদ্ধি সন্দৰ্ভত আলোচনাৰ ইংগিত
শুক্ৰ গ্ৰহৰ স্থিতি শক্তিশালী কৰিব এই ৪ জোপা উদ্ভিদে; সমৃদ্ধিৰ লগতে লাভ কৰিব দেৱী লক্ষ্মীৰ কৃপা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement