--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২০২২ চনৰ ৬ নৱেম্বৰত ৰণবীৰ কাপুৰ আৰু আলিয়া ভাটৰ সংসাৰলৈ আগমন ঘটে এটি কন্যা সন্তানৰ। ৰণবীৰৰ মাতৃ আৰু কন্যা শিশুটিৰ আইতাক অভিনেত্ৰী নীতু কাপুৰে কণমানিজনীৰ নাম ৰাখে ‘ৰাহা’। 

আলিয়াই কন্যা সন্তানটি জন্ম দিয়া এমাহ হ'ব যদিও এতিয়ালৈকে কাপুৰ পৰিয়ালে নৱজাত শিশুটিক লগ পোৱা নাই। পৰিয়ালটোৰ ঘনিষ্ঠ এক সূত্ৰই প্ৰকাশ কৰিছে যে কৰীণা কাপুৰৰ জ্যেষ্ঠ পুত্ৰ টাইমুৰ আলী খানে কনিষ্ঠ ভগ্নীক চাবৰ বাবে অত্যন্ত ব্যাকুল হৈ পৰিছে। 

ৰাহা কাপুৰ খাণ্ডানৰ আটাইতকৈ সৰু আৰু সেয়েহে গোটেই পৰিয়ালটোৱে তাইক লগ পাবলৈ যথেষ্ট উৎসাহিত হৈ আছে। পৰিয়ালৰ এজন ঘনিষ্ঠ সদস্যৰ পৰা জানিব পৰা গৈছে যে কৰীনা কাপুৰ খানৰ পুত্ৰ টাইমুৰ আলী খান ৰাহাক লগ পাবলৈ আটাইতকৈ বেছি আগ্ৰহী হৈ আছে। 

কৰীণাই টাইমুৰক ৰাহাৰ জন্মৰ বিষয়ে অৱগত কৰি পুনৰ ডাঙৰ ভাতৃ হৈ পৰা বুলি কোৱাত টাইমুৰ আনন্দত আত্মহাৰা হৈ পৰিছিল। টাইমুৰে ৰাহাক চাব বিচাৰে আৰু লগতে ৰাহাক কোলাত লৈ খুৱাব বিচাৰে।

একেটা সূত্ৰৰ পৰাই জানিব পৰা গৈছে যে এতিয়ালৈকে পৰিয়ালৰ কোনো সদস্যই ৰণবীৰ আৰু আলিয়াৰ কন্যাক লগ পোৱা নাই যদিও অতি সোনকালে পৰিয়ালৰ মিলন হ’বলৈ গৈ আছে। জানিব পৰা মতে, ২০২২ চনৰ ৬ ডিচেম্বৰত ৰাহাৰ প্ৰথম মাহৰ জন্মদিনত সমগ্ৰ কাপুৰ বংশ গোট খাই নিজৰ ঘৰৰ কনিষ্ঠ সদস্য ৰাহাক লগ কৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক