--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুনৰ পাক ভূমিত নিঃশেষ কৰা হ’ল ভাৰতৰ শত্ৰুক৷ ২৬/১১ মুম্বাই আক্ৰমণৰ মাষ্টাৰমাইণ্ড সন্ত্ৰাসবাদী হাফিজ ছৈয়দৰ আটাইতকৈ ঘনিষ্ঠ বুলি গণ্য কৰা মুফতি কাইজাৰ ফাৰুকক কৰাচীত অজ্ঞাত আক্ৰমণকাৰীয়ে গুলীয়াই হত্যা কৰে। কাইজাৰ ফাৰুক লস্কৰৰ অন্যতম প্ৰতিষ্ঠাপক সদস্য আৰু হাফিজৰ ঘনিষ্ঠ সহযোগী আছিল।

পাকিস্তানৰ ড’ন কাকতত আৰক্ষীৰ সূত্ৰৰ উদ্ধৃতিৰে প্ৰকাশ কৰা অনুসৰি শনিবাৰে সমনাবাদ অঞ্চলৰ এটা মছজিদৰ সমীপত ৩০ বছৰীয়া কাইজাৰ ফাৰুকক গুলীয়াই হত্যা কৰা হয়। এই গুলীচালনাৰ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াতো ভাইৰেল হৈ পৰিছে, যিটো সন্ত্ৰাসবাদী সংগঠন লস্কাৰ-ই-তৈবা (LeT)ৰ মষ্ট ৱাণ্টেড সন্ত্ৰাসবাদী কাইজাৰ ফাৰুকক হত্যা কৰাৰ চিচিটিভি ফুটেজ বুলি দাবী কৰা হৈছে।

অৱশ্যে এই ভাইৰেল ভিডিঅ’ এতিয়াও নিশ্চিত কৰা নাই। ভাইৰেল ভিডিঅ’টোত দেখা গৈছে যে গুলীটো গুলিয়াই দিয়াৰ লগে লগে আন মানুহ দৌৰি যায়, আনহাতে গুলী চলোৱা ব্যক্তিজন তললৈ পৰি যায়। গুলীবিদ্ধ হোৱা ব্যক্তিজন কাইজাৰ ফাৰুক নামৰ এজন মষ্ট ৱাণ্টেড সন্ত্ৰাসবাদী বুলি দাবী কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি