--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • জানিব পৰা মতে, টকাৰ লেনদেনৰ বাবে তীব্ৰ সংঘাতৰ সৃষ্টি হৈছিল দুয়োৰে মাজত।

ডিজিটেল ডেস্কঃ  দখলাত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা । পলাশবাৰী থানাৰ অন্তৰ্গত পলাশবাৰী নগৰ আৰক্ষী চকীত কৰ্মৰত তথা দখলা গাঁৱৰ নিবাসী নয়ন দাস নামৰ গৃহৰক্ষী জোৱানে একে গাঁৱৰে জিতুমণি দাস নামৰ প্ৰাক্তন গৃহৰক্ষী জোৱানজনক হত্যা কৰাৰ খবৰে সমগ্ৰ দক্ষিণ কামৰূপ অঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।


জানিব পৰা মতে, টকাৰ লেনদেনৰ বাবে তীব্ৰ সংঘাতৰ সৃষ্টি হৈছিল দুয়োৰে মাজত। অৱশেষত চৰম পৰ্যায় পাইছিল গৈ এই সংঘাতে। মঙলবাৰে নিশা দুয়োৰে মাজত হৈছিল প্ৰচণ্ড মাৰপিট।


গুৰুতৰভাৱে আহত হৈছিল জিতুমণি। অৱশেষত বৃহস্পতিবাৰে চিকিৎসাধীন অৱস্থাত কৰুণ মৃত্যুক সাৱটি লয় জিতুমণি দাসে। ইফালে হত্যাকাৰী নয়ন দাসক গ্ৰেপ্তাৰ কৰিছে বিজয়নগৰ আৰক্ষীয়ে।


নয়ন দাসৰ ভাষ্য অনুসৰি দুয়োৰে মাজত আছিল ভাল বন্ধুত্ব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ