--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্বব্ৰহ্মাণ্ডখন প্ৰাৰম্ভিক পৰ্যায়ত ধীৰ গতিৰে চলি আছিল। এশ বছৰতকৈও অধিক পূৰ্বে আইনষ্টাইনে কৈছিল এইদৰে। শেহতীয়াকৈ জ্যোতিবিজ্ঞানীসকলে ইয়াক প্ৰত্যক্ষ কৰা বুলি দাবী কৰিছে।

বিজ্ঞানীসকলে লক্ষ্য কৰে যে যেতিয়া বিশ্বব্ৰহ্মাণ্ডখনৰ বয়স মাত্ৰ ১ বিলিয়ন বছৰ বা বৰ্তমানৰ বয়সৰ প্ৰায় দহ ভাগৰ এভাগ আছিল, তেতিয়া পাঁচগুণ লেহেমীয়াকৈ গতি কৰিছিল। ইয়াৰ কাৰণ হৈছে বিশ্বব্ৰহ্মাণ্ডৰ সেই সময়ত সম্প্ৰসাৰণ ঘটি আছিল।

জ্যোতিৰ্পদাৰ্থবিজ্ঞানৰ অধ্যাপক তথা ছিডনী বিশ্ববিদ্যালয়ৰ জেৰেইণ্ট লুইছে কয়- ''এতিয়াৰ তুলনাত প্ৰায় পাঁচগুণ লেহেমীয়াকৈ বিশ্বব্ৰহ্মাণ্ডই গতি কৰা দেখিবলৈ পাওঁ। স্পীড কমাই চিনেমা চোৱাৰ দৰেই সকলো।”

উল্লেখ্য যে আইনষ্টাইনৰ সাধাৰণ আপেক্ষিকতাবাদ তত্ত্ব অনুসৰি জ্যোতিৰ্বিজ্ঞানীসকলে প্ৰাচীন মহাজাগতিক পৰিঘটনা আধুনিক পৰিঘটনাতকৈ অধিক লাহে লাহে ঘটিছিল। 'সময় প্ৰসাৰণ’ নামেৰে জনাজাত এই প্ৰভাৱ বিশ্বব্ৰহ্মাণ্ডৰ সম্প্ৰসাৰণৰ দ্বাৰা পৰিচালিত হয়, যিটো ১৯১৫ চনত বিজ্ঞানীগৰাকীয়ে মাধ্যাকৰ্ষণৰ মৌলিক বৰ্ণনাত উল্লেখ কৰিছে।

জ্যোতিৰ্বিজ্ঞানীসকলে ইয়াৰ পূৰ্বেও তৰাবোৰ লাহে লাহে বিস্ফোৰণ হোৱা দেখিছে, য’ত ফ্লেছ আৰু ফেড প্ৰায় আধা স্বাভাৱিক গতিৰে উন্মোচিত হয়, যেতিয়া বিশ্বব্ৰহ্মাণ্ডখন বৰ্তমানৰ বয়সৰ আধা আছিল। কিন্তু অতি উজ্জ্বল, দূৰৈৰ তাৰকাৰাজ্যবোৰ  পৰ্যবেক্ষণ কৰি অতি প্ৰাৰম্ভিক মহাবিশ্বত সময়ৰ প্ৰসাৰণ দেখাৰ প্ৰচেষ্টাই ইয়াৰ প্ৰভাৱ বিচাৰি উলিয়াব পৰা নাছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে