--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃপাঁচ বছৰে কৰ্তব্যত অনুপস্থিত থাকি  ৬৪ জন চিকিৎসক অৱশেষত  বৰ্খাস্ত হ’বলগীয়া হ’ল। বিহাৰ চৰকাৰে শুকুৰবাৰে ৬৪ জন চিকিৎসকক পাঁচ বছৰতকৈ অধিক সময় কৰ্তব্যত অনুপস্থিত থকাৰ বাবে   চাকৰিৰ পৰা বৰ্খাস্ত কৰে, বিষয়াসকলে কয়। 

স্বাস্থ্য বিভাগৰ প্ৰস্তাৱৰ পিছত শুকুৰবাৰে মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত এই সন্দৰ্ভত  সিদ্ধান্ত লোৱা হয়। চিকিৎসকসকলক আৰাৰিয়া, ঔৰঙ্গাবাদ, বাঙ্কা, ভাগলপুৰ, ভোজপুৰ আৰু দৰভাঙ্গাকে ধৰি বিভিন্ন জিলাত নিযুক্তি দিয়া হৈছিল।চৰকাৰী  অনুমোদন অবিহনেই তেওঁলোকে   কৰ্তব্যত অনুপস্থিত আছিল বুলি চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে। 

সংশ্লিষ্ট কৰ্মচাৰীসকলক তেওঁলোকৰ অনুপস্থিতিৰ কাৰণ জনাবলৈ  কেইবাটাও সুযোগ দিয়া হৈছিল, কিন্তু তেওঁলোকে তেওঁলোকৰ উত্তৰ দাখিল কৰা নাছিল। অতিৰিক্ত মুখ্য সচিব (কেবিনেট সচিবালয়) এছ সিদ্ধাৰ্থই কয় যে চৰকাৰী বিষয়াসকলে পাঁচ বছৰতকৈ অধিক সময় কৰ্তব্যত অনুপস্থিত থাকিব নোৱাৰে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ