--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: লোকসভা নিৰ্বাচন সমাগত৷ সাজু হৈছে প্ৰদেশ কংগ্ৰেছৰ নেতৃত্ব৷ অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে সাজু কৰি উলিয়াইছে প্ৰাৰ্থী তালিকা৷ পিছে কোন সমষ্টিত ফুলিব কাৰ ভাগ্য? অসমৰ ১৪টা লোকসভা সমষ্টিৰ বাবে তালিকা প্ৰস্তুত কৰিছে প্ৰদেশ কংগ্ৰেছে৷ 

এটা সমষ্টিত ৩ জনকৈ প্ৰাৰ্থীৰ পেনেল প্ৰস্তুত কৰা হৈছে৷ সেই অনুসৰি—

নগাঁৱত প্ৰদ্যুৎ বৰদলৈ, গৌৰৱ গগৈ, ৰকিবুল হুছেইন

কৰিমগঞ্জত হাফিজ ৰছিদ চৌধুৰী, জুবেৰ আনম, আমিনুৰ ৰছিদ চৌধুৰী

বৰপেটাত আব্দুল খালেক, দীপ বায়ন, ববিতা শৰ্মা

গুৱাহাটীত মীৰা বৰঠাকুৰ, ৰমেন বৰঠাকুৰ, দ্বীজেন শৰ্মা

ধুবুৰীত ৱাজেদ আলী চৌধুৰী, আব্দুল ৰছিদ মণ্ডল, আব্দুল হামিদ

ধুবুৰীত ৰকিবুল হুছেইন, আব্দুল খালেক, নুৰ ছফিকুল

ডিব্ৰুগড়ত নীলনেত্ৰ নেওগ, ৰাজু চাহু, দুৰ্গা ভূমিজ

যোৰহাটত গৌৰৱ গগৈ, কৃষ্ণা গগৈ

লখিমপুৰত ৰাণী নৰহ, উদয় শংকৰ হাজৰিকা

শোণিতপুৰত বৰ্ণালী ফুকন, আৰ পি শৰ্মা, প্ৰেমলাল গুঞ্জু

দৰং–ওদালগুৰিত মাধৱ ৰাজবংশী, প্ৰাণজিৎ চৌধুৰী

দৰং–ওদালগুৰিত বসন্ত দাস আৰু প্ৰবীণ বড়ো

ডিফুত জয়ৰাম ইংলেং, ছুম’ ৰংহাং, ক্লেঙদং ইংতি

কোকৰাঝাৰত গৰ্জন মুছাহাৰী, প্ৰাণজিৎ বসুমতাৰী

কাজিৰঙাত ৰ’জলীনা তিৰ্কী, গোলাপ শইকীয়া

শিলচৰত নৈঋতা জয়শুক্লা, সৌম্যকান্তি পুৰকায়স্থ

FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ