--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰাপত্তাত পুনৰ সুৰুঙা দেখিবলৈ পোৱা গ’ল৷ প্ৰধানমন্ত্ৰীগৰাকীয়ে কৰ্ণাটকত ৰোডশ্ব’ কৰি থাকোঁতেই ঘটিল অঘটন৷ 

প্ৰধানমন্ত্ৰীৰ গালৈ নিক্ষেপ কৰিলে মোবাইল ফোন৷ ৰোডশ্ব’ৰ মাজতে ফুলৰ লগতে মোবাইলো দলিয়ালে এগৰাকী মহিলাই৷ কৰ্ণাটকৰ মহীশূৰত ঘটিল এই অঘটন৷ মোদীৰ গালৈ মোবাইল ফোন দলিওৱাৰ পাছতেই আৰক্ষীয়ে জিম্মাত ল’লে মোবাইল দলিওৱা মহিলাগৰাকীক৷ 

উল্লেখযোগ্য যে, মোবাইল দলিওৱা মহিলাগৰাকী বিজেপিৰ সদস্য৷ ভুলবশতঃ এই ঘটনা হোৱা বুলি উল্লেখ কৰে মহিলাগৰাকীয়ে৷ মহিলাগৰাকীয়ে সদৰী কৰা অনুসৰি পুষ্পবৃষ্টিৰ সময়ত ফুল দলিয়াই থাকোঁতেই হাতৰ পৰা ওলাই গ’ল মোবাইল ফোনটো৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে