--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অনুকৰণ কৰি বিখ্যাত হোৱা শ্যাম ৰংগিলা (কমেডিয়ান)ক বন্যপ্ৰাণী সুৰক্ষা আইন উলংঘা কৰাৰ বাবে ১১ হাজাৰ টকাৰ জৰিমনা বিহা হৈছে। দৰাচলতে জয়পুৰৰ ঝলানা জংগল নাহৰফুটুকী ছাফাৰীত প্ৰধানমন্ত্ৰী মোডীৰ জংগল ছাফাৰী অনুকৰণ কৰি একেধৰণৰ ভিডিঅ’ নিৰ্মাণ কৰিছিল ৰংগীলাই। এই সময়ত তেওঁক হাতেৰে নীলগৈক খুৱাই থকা দেখা গৈছিল। ইয়াৰ দ্বাৰা বন আইন ১৯৫৩ আৰু ‘বন্য প্ৰাণী সুৰক্ষা আইন ১৯৭২’ৰ বিধান উলংঘা কৰা হৈছিল

খবৰ অনুসৰি বন্যপ্ৰাণী সুৰক্ষা আইন উলংঘা কৰাৰ বাবে শ্যাম ৰংগীলাক এই জাননী জাৰি কৰা হৈছে। সোমবাৰে (১৭ এপ্ৰিল, ২০২৩) জয়পুৰ আঞ্চলিক বন বিষয়াৰ সন্মুখত হাজিৰ হৈ ১১ হাজাৰ টকা জৰিমনা ভৰিবলগীয়া হয়। শ্যাম ৰংগীলা যদি সময়মতে হাজিৰ নহ’লহেঁতেন তেন্তে তেওঁৰ বিৰুদ্ধে আইনী ব্যৱস্থা ল’ব পৰা গ’লহেঁতেন। এনে ক্ষেত্ৰত ৩ৰ পৰা ৭ বছৰৰ কাৰাদণ্ড হ’ব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ