--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে সোমবাৰে সন্মানীয় পদ্ম বঁটাৰ বাবে মনোনয়ন পত্ৰ প্ৰেৰণৰ আহ্বান জনাইছে। আজিৰ পৰা আৰম্ভ হোৱা অনলাইন মনোনয়ন পত্ৰ প্ৰেৰণৰ অন্তিম তাৰিখ ১৫ ছেপ্টেম্বৰ।
‘পদ্মবিভূষণ’ ; ‘পদ্মভূষণ’ আৰু ‘পদ্মশ্ৰী’ এই ৩টা সন্মানীয় সন্মান অন্তৰ্ভুক্ত কৰা ‘পদ্ম বঁটা’ প্ৰতি বছৰে গণতন্ত্ৰ দিৱসৰ দিনা ঘোষণা কৰা হয়। ১৯৫৪ চনত এই বঁটা প্ৰদান কাৰ্যসূচীৰ শুভাৰম্ভণি কৰা হৈছিল।

প্ৰতি বছৰে দেশৰ প্ৰধানমন্ত্ৰীৰ অধ্যক্ষতাত ‘পদ্ম বঁটা সমিতি’য়ে প্ৰদান কৰা পৰামৰ্শৰ আওতাত এই বঁটা প্ৰদান কৰা হয়। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে সদৰী কৰে যে, ‘পদ্ম বঁটা’ সমূহক পিপলছ পদ্মলৈ ৰূপান্তৰ কৰিবলৈ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ। সেয়েহে, সকলো শ্ৰেণীৰ নাগৰিকক সমাজৰ প্ৰতিভাশালী ব্যক্তিসকলক চিনাক্ত কৰিবলৈ অনুৰোধ জনোৱা হৈছে। সমাজৰ প্ৰতি নিস্বাৰ্থ সেৱা আগবঢ়োৱা অনুসূচীত জাতি, দিব্যাংগ ব্যক্তিসকলৰ মনোনয়নো প্ৰেৰণ কৰিব পাৰিব।‘


‘পদ্ম বঁটা’ৰ বাবে ব্যক্তিসকলক মনোনীত কৰিবলৈ, গৃহ মন্ত্ৰালয়ে কেতবোৰ নীতি-নিৰ্দেশনা জাৰী কৰিছে। মন্ত্ৰালয়ে কয়, ‘মনোনয়ন পত্ৰত নিৰ্ধাৰিত সকলো প্ৰাসঙ্গিক বিৱৰণ থাকিব লাগিব। সৰ্বাধিক ৮০০ শব্দৰ ভিতৰত বৰ্ণনামূলক ৰূপত এটা উদ্ধৃতি অনিৰ্বাৰ্য।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ