--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নোৰা ফাটেহীৰ প্ৰেমত পৰিছে শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ান খান। দুয়োকে মুম্বাইৰ বিভিন্ন স্থানত একেলগে দেখা পোৱা গৈছে। তাৰপাছতে আৰম্ভ হৈছে প্ৰেমৰ গুঞ্জন।

ছচিয়েল মিডিয়াত শ্বেয়াৰ হোৱা এখন ছবিৰ পৰাই গুঞ্জনটো বিয়পি পৰিছে। ছৱিখন তেওঁলোকৰ এজন বন্ধুৱে শ্বেয়াৰ কৰিছিল। তাত লিখা হৈছিল- "আপোনাক একেলগে দেখি ভাল লাগিছে।’’

তেতিয়াৰে পৰা আৰয়িয়ান আৰু নোৰা পাপাৰাজ্জিৰ কেমেৰাত বন্দী হৈ আহিছে। দুয়োকে মুম্বাইৰ বহুতো নাইট ক্লাব আৰু কফি শ্বপতো দেখা গৈছে। অৱশ্যে, নোৰা আৰু আৰিয়ানে এই বিষয়ে মুখ খুলিবলৈ অনিচ্ছুক।

শুনা গৈছিল যে আৰিয়ানে অনন্যা পাণ্ডেৰ সৈতে সম্পৰ্কত আছিল। আনকি যেতিয়া আৰিয়ান ড্ৰাগৰ গোচৰত জড়িত হৈছিল, অনন্যাই তেওঁক সহযোগ কৰিছিল। কিন্তু এইবোৰ এতিয়া অতীত। আৰিয়ানৰ চকু এতিয়া নোৰাৰ ওপৰত!





FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক