--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এটা সময়ত অভিনেত্ৰী অনুষ্কা শৰ্মাৰ ভাতৃ আৰু তেওঁৰ প্ৰথমখন ছবি ‘বুলবুল’ৰ প্ৰযোজকৰ প্ৰেমত ব্যাকুল হৈছিল তৃপ্তী ডিমৰী। ২০২২ চনৰ শেষ নিশা মৰমেৰে ভৰা এখন ফটোৰে জীৱনৰ প্ৰেমিক কৰ্ণেশ শৰ্মাৰ সৈতে সম্পৰ্কত ছীল মাৰিছিল। কিন্তু হঠাৎ তেওঁলোকৰ সম্পৰ্ক ছিন্নভিন্ন হৈ পৰে। শুনা যায় যে তেওঁলোকে বিচ্ছেদৰ পথত খোজ কাঢ়িছে! তাৰ পিছত ‘এনিমেল’ত আকাশলংঘী সফলতা। এইবাৰ শুনা গৈছে যে তৃপ্তিৰ পুনৰ প্ৰেমত পৰিছে।

শেহতীয়াকৈ অভিনেত্ৰীগৰাকীয়ে এখন বিয়ালৈ গৈছিল। তাতেই জনা গৈছিল। মডেললৈ পৰিণত ব্যৱসায়ী ছেম মাৰ্চেণ্টৰ সৈতে তৃপ্তিৰ সম্পৰ্ক হৈছে। প্ৰায়ে একেলগে দেখা পোৱা যায়। এইবাৰ ছেমৰ সৈতে গোৱালৈ গ’ল অভিনেত্ৰীগৰাকী। কিন্তু সোনকালে তেওঁৰ এংগেজমেণ্ট হ’বনে?

শেহতীয়াকৈ কাৰ্তিক আৰ্য্যৰ সৈতে ‘ভূল ভূলয়া ৩’ চিনেমাৰ শ্বুটিং কৰি আছিল তৃপ্তিয়ে। উৰাবাতৰি প্ৰচাৰ হৈছে যে ‘ভুল ভুলয়া ৩’ৰ শ্বুটিং ফ্ল’ৰৰ পৰা হঠাতে তৃপ্তি নোহোৱা হৈ গৈছে। প্ৰেমিক ছেমৰ সৈতে গোৱালৈ গ’ল! অৱশ্যে এই সন্দৰ্ভত তৃপ্তিয়ে একো প্ৰকাশ নকৰিলে। অৱশ্যে ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰা ছবিৰ পৰা অনুমান কৰিব পাৰি যে তেওঁ নতুন প্ৰেমিকৰ সৈতে গোৱাত ভ্ৰমণ কৰি আছে। ছেম আৰু তৃপ্তিয়ে একে সময়তে গোৱাৰ কেইবাখনো ছবি শ্বেয়াৰ কৰিছিল।

কিন্তু এইজন কোন ছেম? ২০০২ চনত এখন বিখ্যাত সৌন্দৰ্য্য প্ৰতিযোগিতাত বিজয়ী হৈছিল ছেম। বৰ্তমান তেওঁৰ গোৱাত কেইবাখনো হোটেল আছে। স্বাভাৱিকতে অভিনেত্ৰীগৰাকীয়ে অৱসৰৰ পিছত প্ৰেমিকৰ সৈতে অকলে সময় কটাবলৈ গোৱালৈ গৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ