--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: যদি আপুনিও ওজন বৃদ্ধিৰ বাবে অসুবিধা পাইছে, তেন্তে আপুনি অমিতা খাবলৈ আৰম্ভ কৰক। যদি আপুনি পেটৰ চৰ্বিত অসুবিধা পায় তেন্তে অমিতাই আপোনাক সহায় কৰিব পাৰে।জানক ওজন কমাবলৈ কেনেকৈ অমিতাখাব পাৰি। 

যদি আপুনিও ওজন বৃদ্ধিৰ পাছত অমিতা খাবলৈ আৰম্ভ কৰিব লাগে। ইয়াৰ ফলত পেটটো পৰিষ্কাৰ হৈ থকাই নহয় শৰীৰত থকা বহুতো পুষ্টিকৰ উপাদানও পূৰণ হয়। ইয়াত আঁহযুক্ত পদাৰ্থ থাকে যাতে আপোনাৰ খাদ্য সহজে হজম হ’ব পাৰে। আনহাতে, অমিতাত ভিটামিন এ থাকে আৰু ইয়াত ভিটামিন চিও পোৱা যায়। যিয়ে ওজন কমোৱাত সহায় কৰে। গতিকে যদি আপুনি পেটৰ চৰ্বিত অসুবিধা পায় তেন্তে অমিতাই আপোনাক সহায় কৰিব পাৰে। কিন্তু অমিতা কেনেকৈ সেৱন কৰিব পাৰি জানক। 

ফলৰ লগত দৈ: যদি আপুনি পেটৰ চৰ্বিত অসুবিধা পাইছে, তেন্তে আপুনি ব্ৰেকফাষ্টত দৈত অমিতা কাটি খাব পাৰে। ইয়াত আৰু কিছু ফলও দিব পাৰে। ইয়াত তিয়াই থোৱা শুকান ফলও দিব পাৰে,  এনেধৰণে খালে পেট বহুদিন ভৰ্তি হৈ থাকিব আৰু অতিমাত্ৰা খোৱাৰ পৰা ৰক্ষা পৰিব।

গাখীৰ আৰু অমিতা: যদি আপুনি গধুৰ ব্ৰেকফাষ্ট খাব বিচাৰে তেন্তে ইয়াৰ বাবে আপুনি আন কোনো খাদ্য খোৱাৰ প্ৰয়োজন নাই, কিন্তু এগিলাচ ক্ৰীম মিল্ক আৰু লগত অমিতা খাব। ইয়াৰ দ্বাৰা আপুনি প্ৰটিনৰ পৰিমাণো পাব আৰু আপোনাৰ পেটটো বহু ঘণ্টালৈকে ভৰি থাকিব। 

অমিতাৰ চাত- যদি আপুনি সাধাৰণ অমিতা খাবলৈ ভাল নাপায়, তেন্তে অমিতাৰ চাত বনাইয়ো খাব পাৰে। ইয়াৰ বাবে অমিতাখিনি কাটি তাৰ ওপৰত ক’লা নিমখ, জলকীয়াৰ গুড়ি ছটিয়াই দিব লাগে। আৰু তাৰ পাছত গ্ৰহণ কৰক।










FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু