--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ একেদিনাই গঢ়া হ’ল দুটাকৈ অভিলেখ৷ পেট কামিন্স ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ ইতিহাসৰ আটাইতকৈ দামী খেলুৱৈ হিচাপে দীৰ্ঘসময় থকাৰ পৰা বঞ্চিত হয় কাৰণ মিচেল ষ্টাৰ্কক কলকাতা নাইট ৰাইডাৰ্ছে ২৪.৭৫ কোটি টকাত ক্ৰয় কৰিছে। প্ৰতিযোগিতাখনৰ ইতিহাসত এতিয়ালৈকে সৰ্বাধিক ব্যয়বহুল খেলুৱৈ হিচাপে পৰিগণিত হৈছে মিচেল ষ্টাৰ্ক, তাৰ পাছতে তালিকাত আছে পেট কামিন্স। ডাৰ্লিল মিচেলক ১৪ কোটি টকাত আৰু হৰ্ষল পেটেলক ১১.৭৫ কোটি টকা ক্ৰয় কৰা হয়। এই তিনিগৰাকী খেলুৱৈয়ে ১০ কোটিৰ ঘৰ অতিক্ৰম কৰিছে। 


ইফালে, শ্বাৰ্দুল ঠাকুৰ (৪ কোটি) আৰু ৰচিন ৰবীন্দ্ৰ(১.৮০ কোটি টকা)ক চি এছ কেয়ে ক্ৰয় কৰিছে। তদুপৰি ৰ’ৱমন পাৱেল (৭.৪০ কোটি টকা), ট্ৰেভিছ হেড (৬.৮০ কোটি টকা), হেৰী ব্ৰুক (৪ কোটি টকা)ক ক্ৰয় কৰা হয়। উল্লেখ্য যে ৩৩২ জন খেলুৱৈৰ পৰা ৭৭ জন খেলুৱৈৰ বাবে ব্যয় কৰিবলৈ ১০ টা ফ্ৰেঞ্চাইজিৰ হাতত আছে ২৬২ কোটি টকা।

FOLLOW US F
POPULAR
FEATURE
TRENDY
নির্বাচনী বিশ্লেষকৰ মত: বিৰোধী শিবিৰৰ প্ৰতি জনসাধাৰণৰ আস্থা নথকাৰ বাবেই পৰাজিত হ’ল জ্ঞানশ্রী, কুংকী
ভাৰতৰ ২২খন ৰাজ্যলৈ প্ৰসাৰিত বিজেপিৰ শাসন
ভাৰতৰ ‘এন্টি-শ্বিপ’ ক্ষেপণাস্ত্ৰৰ বিশেষত্ব কি?
অতি উত্তম পাচলি জিকা; ইয়াৰ আছে নানা স্বাস্থ্য উপকাৰিতা
কুঁহিয়াৰ খেতিয়কৰ বাবে সুখবৰ: কেন্দ্ৰীয় কেবিনেটৰ ঐতিহাসিক সিদ্ধান্ত
১২৬জনীয়া বিধানসভাত ৫.৫৫% মহিলা প্রতিনিধি, অসম বিধানসভাত প্রতিনিধিত্ব কৰিব ৭গৰাকী মহিলাই
৪ মাহত দেশত ৯৪০০ হোৱাটছ এপ একাউন্ট নিষিদ্ধ, 'ডিজিটেল এৰেষ্ট' প্ৰৱঞ্চনাৰে জড়িত
শ্রেণীকোঠাত সংযোজন কৃত্রিম বুদ্ধিমত্তাসম্পন্ন স্মার্ট ব'র্ড, প্ৰযুক্তিৰ দিশত দেশৰ ভিতৰতে নতুন খোজ কানৈ মহাবিদ্যালয়ৰ
প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিলে উত্তৰ-পূৰ্বাঞ্চলৰ ছখন ক্রিকেট একাডেমি
জুবিন গাৰ্গক আৰ্থিকভাৱে উদং কৰিছিল সিদ্ধাৰ্থই! আদালতত ফাদিল হ’ল সিদ্ধাৰ্থৰ বহু গোপন লেনদেনৰ তথ্য
ভাত কেৰালা অতি শক্তিশালী পাচলি; মাংসতকৈও অধিক শক্তি আৰু প্ৰটিন পোৱা যায় ভাতকেৰেলাত
GMCHৰ কৰ্মচাৰীয়ে ৰোগীৰ লগতে ৰোগীৰ আত্মীয়ক প্ৰহাৰ কৰাৰ ভয়ংকৰ অভিযোগ
মণিপুৰত প্ৰায় ৮ কোটি টকাৰ হেৰ’ইন জব্দ NCBৰ, দুজনক গ্ৰেপ্তাৰ
গুৱাহাটীৰ উলুবাৰীত অঘটন; এখন Restro & Barৰ নিৰ্মাণ কাৰ্যত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত তিনিজনকৈ শ্ৰমিক