--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰত চৰকাৰে ২০১৮ চনত আৰম্ভ কৰিছিল প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনা। ইয়াৰ উদ্দেশ্য আছিল দৰিদ্ৰ আৰু আৰ্থিকভাৱে দুৰ্বল কৃষকক সহায় আগবঢ়োৱা। এই আঁচনিৰ জৰিয়তে বছৰি ৬ হাজাৰ টকা কৃষকৰ একাউণ্টলৈ প্ৰেৰণ কৰা হয়। এতিয়ালৈকে ১৭টা কিস্তি চৰকাৰে মুকলি কৰি দিছে। শীঘ্ৰেই মুক্তি পাব ১৮ নং কিস্তি। যদি আপুনিও এই আঁচনিৰ সুবিধা লাভ কৰিবলৈ পঞ্জীয়ন কৰিছে আৰু সুবিধা লাভ কৰা নাই, তেন্তে আপুনি আপোনাৰ মোবাইল নম্বৰ আপডেট কৰিব লাগিব। ইয়াৰ লগতে ই-কেৱাইচিও পৰীক্ষা কৰিব লাগিব। 

এই প্ৰক্ৰিয়াটো এনেধৰণৰ —

১)প্ৰথমে আপোনাৰ ফোনত PM Kisan App ডাউনলোড কৰিব লাগিব।
২)এপটো ইনষ্টল কৰাৰ পিছত প্ৰথমে আধাৰ নম্বৰ আৰু হিতাধিকাৰী আইডি লিখি লগইন কৰক।
৩)আপোনাৰ মোবাইল নম্বৰত এটা OTP আহিব, ইন্টাৰ কৰক।
৪)ইয়াৰ পিছত আপুনি নিজৰ FACE ID দিব লাগিব।
৫)তালৈ গৈ KYC আপুনি কৰিব পাৰিব।

ইয়াৰ উপৰিও আপুনি PM Kisan pmkisan.gov.in ৰ অফিচিয়েল ৱেবছাইটত গৈ OTP ৰ জৰিয়তে e-KYC কৰিব পাৰিব।

১)প্ৰথমে pmkisan.gov.in লৈ যাব লাগিব।
২)হোম পেজত আপুনি Update mobile number ৰ অপ্চন দেখিব।
৩)তাত আধাৰ নম্বৰ, পঞ্জীয়ন নম্বৰ আৰু ইমেজ কেপচা কোড দিব।
৪)তাত আপুনি আপোনাৰ মোবাইল নম্বৰ আৰু কেপচা দিব লাগিব।
৫)ইয়াৰ পিছত 'Edit' অপচনত ক্লিক কৰক।
৬)আপোনাৰ নতুন মোবাইল নম্বৰটো দি আপডেট কৰক।
৭)আপুনি তাত আপোনাৰ নম্বৰটো আপডেট কৰিব পাৰে।

যদি এই আঁচনিৰ সৈতে জড়িত কোনো সহায়ৰ প্ৰয়োজন হয় তেন্তে আপুনি ১৪৫৯৯ নম্বৰত ফোন কৰিব পাৰে। ইয়াৰ উপৰিও আপুনি helpdesk@csc.gov.inত ইমেইল কৰিব পাৰে ৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজ্য চৰকাৰে ৪ আগষ্টত ল'ব ১০০০ কোটিৰ ঋণ
শিৱসাগৰত বানে জুৰুলা কৰা লোকৰ অকথিত যন্ত্ৰণা; শাৰীৰিক সমস্যাৰ লগতে সৃষ্টি হৈছে গভীৰ মানসিক প্ৰত্যাহ্বান
শিমলুগুৰিৰ বান পৰিস্থিতিৰ বাবে কেইবাখনো গুৰুত্বপূৰ্ণ দূৰণিবটীয়া ৰে’লৰ পথ সলনি
গুৱাহাটীত পানী যোগানৰ পাইপলাইন, ভালভ আদিৰ ক্ষতি কৰিলে ভৰিব লাগিব ৫০০ টকা জৰিমনা
‘এয়াই মোৰ প্ৰথম আৰু শেষ ভুল’! মোদী আৰু প্ৰয়াত মাতৃক লৈ অশ্লীল মন্তব্য কৰা ৰুচিকা সিঙে দেশবাসীৰ ওচৰত বিচাৰিলে ক্ষমা
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
বন সংৰক্ষণ আৰু জীৱন ধাৰণৰ মান উন্নয়নৰ বাবে কামৰূপত বন বিভাগৰ ভেনিলা খেতিৰ প্ৰচাৰ
প্ৰণৱ দলেক জামিন প্ৰদান অসম আদালতৰ, জনসাধাৰণৰ উদ্বেগ নশুনিলে শান্তি বিঘ্নিত হোৱাৰ মন্তব্য
অসমত জামিন লাভৰ পিছতে থলুৱা অধিকাৰ কৰ্মীৰ বিৰুদ্ধে NSA প্ৰয়োগ