--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে উন্নয়নৰ ফুলজাৰি যিমানেই নামাৰক কিয় দেশৰ বাস্তৱ ছবিখনৰ বিষয়ে দেশবাসী অৱগত৷ শেহতীয়াকৈ নৰেন্দ্ৰ মোদীৰ ব্যৰ্থতাৰ আন এখন ছবি উদঙাইছে দেশৰ পৰিসংখ্যা মন্ত্ৰীয়ে৷ খবৰ অনুসৰি, চলিত বিত্তীয় বৰ্ষত প্ৰায় ১৪৪ টা কেন্দ্ৰীয় আন্তঃগাঁথনি প্ৰকল্প সম্পূৰ্ণ হোৱাত পলম হৈছে আৰু ইয়াৰ মুঠ ব্যয় হৈছে ১৪,৯৬০.০২ কোটি টকা, সোমবাৰে সংসদক এই কথা অৱগত কৰে দেশৰ পৰিসংখ্যা মন্ত্ৰীয়ে৷ চলিত বিত্তীয় বৰ্ষত সম্পূৰ্ণ হোৱাত পলম হোৱাৰ প্ৰতিবেদন দিয়া কেন্দ্ৰীয় আন্তঃগাঁথনি প্ৰকল্পসমূহৰ তালিকা পৰিশিষ্ট-১ত আছে। পৰিসংখ্যা মন্ত্ৰী ৰাও ইন্দ্ৰজিৎ সিঙে ৰাজ্যসভাত এক প্ৰশ্নৰ লিখিত উত্তৰত এই কথা কয় যে, এই সমগ্ৰ ব্যৱস্থাটো চৰকাৰৰ ৰঙা ফিটা মেৰপেচৰ কৱলত পৰি বিলম্ব হৈ ৰ’ল আৰু এইক্ষেত্ৰত মোদী চৰকাৰে কোনো উপযুক্ত পদক্ষেপ গ্ৰহণ নকৰিলে৷


মন্ত্ৰীগৰাকীয়ে উচ্চ সদনক কয় যে, সময় আৰু ব্যয় বৃদ্ধি অবিহনে কেন্দ্ৰীয় খণ্ডৰ আন্তঃগাঁথনি প্ৰকল্পসমূহ সম্পূৰ্ণ হোৱাটো নিশ্চিত কৰাৰ বাবে গ্ৰহণ কৰিবলগীয়া গুৰুত্বপূৰ্ণ পদক্ষেপসমূহৰ ভিতৰত আছে ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে প্ৰকল্পসমূহ সময়ে সময়ে পৰ্যালোচনা কৰা; কঠোৰ প্ৰকল্প মূল্যাংকণ আৰু অনলাইন কম্পিউটাৰাইজড মনিটৰিং ছিষ্টেমৰ যোগেদি কামৰ খতিয়ান দাঙি ধৰা৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি