--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সকলোৱে প’ৰ্ণ চায়। শৰীৰৰ উত্তেজনা লাভৰ প’ৰ্ণছৱি নিৰ্ভৰযোগ্য মাধ্যম। কিন্তু জানিবলৈ মন নাযায়নে প’ৰ্ণছৱিসমূহৰ দৃশ্যগ্ৰহণ কিদৰে কৰা হয়? দৰ্শকৰ উত্তেজনা বৃদ্ধি কৰা দৃশ্যসমূহৰ অন্তৰালত কি থাকে?

এই বিষয়ে মুখ খুলিছে ইভান চাইডাৰমেনে। 'অল্ট ইৰোটিক’ নামৰ প’ৰ্ণছৱি প্ৰযোজনা সংস্থাৰ চিইঅ’ তথা পৰিচালক চাইডাৰমেনেো বিগত ২০ বছৰ ধৰি প’ৰ্ণ ইণ্ডাষ্ট্ৰিৰ স’তে জড়িত হৈ আহিছে।

এটা ব্ৰিটিছ সংবাদমাধ্যমত দিয়া এটা সাক্ষাৎকাৰত তেওঁ প’ৰ্ণছৱিৰ দৃশ্যগ্ৰহণৰ বিষয়ে কেইবাটাও শিহৰণকাৰী বক্তব্য আগবঢ়াইছে। তেওঁ স্বীকাৰ কৰে যে প’ৰ্ণ ছৱি নিৰ্মাণৰ সময়ত অনেক ৰকমৰ অদ্ভূত অভিজ্ঞতাৰ মুখামুখি হৈ আহিছে তেওঁ।
কেৰিয়াৰৰ প্ৰথমফালে চাইডাৰমেনে লাভ কৰা এটা এটা অভিজ্ঞতা এনেধৰণৰ- এবাৰ এগৰাকী মহিলা প’ৰ্ণষ্টাৰে শ্বুটিংস্থলীলৈ নিজৰ প্ৰেমিকক লৈ আহিছিল। কিধৰণে অভিনয় কৰা হ’ব- সেইয়া ছৱিখনৰ পৰিচালকগৰাকীয়ে প’ৰ্ণষ্টাৰগৰাকীক বুজাবলৈ ধৰে।

বুজাই থাকোতেই পৰিচালকগৰাকীয়ে নিজে পিন্ধি থকা পেণ্টটো খুলি দিয়ে। তাকে দেখি প’ৰ্ণষ্টাৰগৰাকীৰ প্ৰেমিকে পৰিচালকগৰাকীক মাৰপিত কৰিবলৈ উদ্যত হয়।

প’ৰ্ণষ্টাৰৰ প্ৰেমিকৰ দাবী আছিল যে অভিনয় শিকোৱাৰ নামত পৰিচালকে যৌনসুখ লাভ কৰিব বিচাৰিছে। বিশালাকয় সেই প্ৰেমিকক দেখি ভয় খায় পৰিচালক। তাৰপাছতে উক্ত প’ৰ্ণষ্টাৰগৰাকীক ছৱিখনৰ শ্বুটিঙৰ পৰা আঁতৰ কৰা হয়।

ইয়াৰ উপৰিও চাইডাৰমেনে কেইবাটাও উদ্ভট ঘটনাৰ সাক্ষী হ’বলগা হৈছিল। তেওঁ জনা যে এবাৰ এটা প’ৰ্ণ ছৱিৰ দৃশ্যগ্ৰহণ কৰি থকা অৱস্থাতে এগৰাকী প’ৰ্ণষ্টাৰে মলত্যাগ কৰি দিছিল।

আন এবাৰ শ্বুটিং চলি থকাৰ অৱস্থাতে এগৰাকী প’ৰ্ণষ্টাৰে বমি কৰি দিছিল। প’ৰ্ণষ্টাৰগৰাকীৰ কষ্ট দেখি চাইডাৰমেনৰ চকুপানী নিগৰি আহিছিল বুলি তেওঁ কয়।

চাইডাৰমেনে কয় যে এইসমূহ দেখিলে তেওঁ বিৰক্ত হয় কিন্তু এজন নিৰ্মাতা হিচাপে ভাল ভাল প’ৰ্ণছৱি নিৰ্মাণ কৰাটো তেওঁৰ কৰ্তব্য। বৰ্তমানলৈকে তেওঁ ৪৮৫খন প’ৰ্ণছৱি পৰিচালনা কৰিছে।

চাইডাৰমেনে পৰ্ণষ্টাৰ তথা তেওঁৰ বাগত্তা মিছা মণ্টানাৰ স’তে এটা ইউটিভব চেনেলো চলায়। প’ৰ্ণ ছৱিৰ জগতখনক লৈ চাইডাৰমেনে এখনি তথ্যচিত্ৰও নিৰ্মাণ কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক