--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পৃথিৱী অভিমুখে ধাৱমান হৈছে এটি গ্ৰহাণু। তীব্ৰ গতিত ধাৱমান হোৱা এই গ্ৰহাণুটো অহা ১৫ ডিচেম্বৰত পৃথিৱীৰ কাষেৰে পাৰ হৈ যাব। ৬ লাখ ৮৬ হাজাৰ কিলোমিটাৰ দূৰেৰে গ্ৰহাণুটোৱে পৃথিৱী অতিক্ৰম কৰিব। উল্লেখ্য মহাজাগতিক হিচাপত এয়া অতি নিকট দূৰত্ব।

উল্লেখ্য যে পৃথিৱীৰ পৰা সূৰ্যৰ দূৰত্ব ৯ কোটি ৩০ লাখ মাইল। ইয়াৰ ১.৩ গুণ কম দূৰত্বৰ মাজত থকা যিকোনো গ্ৰহাণু বা মহাজাগতিক বস্তুক ‘পৃথিৱীৰ নিকটৱৰ্তী’ হিচাপে গণ্য কৰা হয়।

ইউৰোপিয়ান মহাকাশ গৱেষণা সংস্থা ইএছএই জনাইছে যে পৃথিৱীৰ ফালে ধাৱমান হোৱা এই গ্ৰহাণুটোৰ গতি তীব্ৰ কিন্তু আকাৰত একেবাৰে সৰু। আমেৰিকাৰ ষ্টেচ্যু অব লিবাৰ্টিতকৈও সৰু এই গ্ৰহাণু। ৩০ চেণ্টিমিটাৰৰ টেলিস্কোপৰ দ্বাৰা এই গ্ৰহাণু দেখা পোৱা যাব।

পৃথিৱীৰ ফালে আগুৱাই অহা এই গ্ৰহাণুটোৰ নাম দিয়া হৈছে- ২০১৫ আৰএন৩৫। ১৫ৰ পৰা ১৮ ডিচেম্বৰলৈকে ৰাতিৰ আকাশত টেলিস্কোপ লৈ এই গ্ৰহাণুটোক দেখা যাব। ইউৰোপৰ কিছুমান অঞ্চলৰ পৰা ইয়াক ১৯ ডিচেম্বৰলৈকে দেখা যাব। বিজ্ঞানীসকলে জনোৱামতে, এই গ্ৰহাণুটো আকাশত জিলিকি নুঠে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক