--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভয়ংকৰ ধুমুহাই জোকাৰি গ’ল পশ্চিম বংগৰ জলপাইগুৰি৷ জলপাইগুৰি জিলাৰ কিছু অংশত হোৱা ধুমুহাৰ ফলত মৃতকৰ সংখ্যা পাঁচজনলৈ বৃদ্ধি পাইছে বুলি মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে সদৰী কৰিছে৷ পশ্চিম বংগৰ মুখ্যমন্ত্ৰীগৰাকীয়ে জলপাইগুৰি জিলাত দেওবাৰৰ ধুমুহাত ক্ষতিগ্ৰস্ত লোকসকলক সাক্ষাৎ কৰে৷

এই ধুমুহাৰ ফলত ১০০ৰো অধিক লোক আহত হয়, গছ-গছনি উঘালি পৰে আৰু বৈদ্যুতিক খুঁটা বাগৰি পৰে৷ যাৰ ফলত যাতায়াত ব্যৱস্থাতো আহুকালৰ সন্মুখীন হয় স্থানীয় ৰাইজ৷

দেওবাৰে নিশা ক্ষতিগ্ৰস্ত অঞ্চল পৰিভ্ৰমণ কৰিবলৈ অহা মুখ্যমন্ত্ৰীগৰাকীয়ে জনসাধাৰণক প্ৰশাসনৰ পৰা সকলো ধৰণৰ সহায়ৰ আশ্বাস প্ৰদান কৰে৷

আনহাতে, প্ৰধানমন্ত্ৰী মোদীয়েও উত্তৰ বংগত ধুমুহাৰ ফলত প্ৰাণ হেৰুওৱা লোকৰ প্ৰতি শোক প্ৰকাশ কৰিছে আৰু ক্ষতিগ্ৰস্ত লোকসকলক সহায় কৰিবলৈ বিষয়াসকলক নিৰ্দেশ দিছে৷ 

জিলাখনৰ আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত অঞ্চলবোৰৰ ভিতৰত আছিল ৰাজাৰহাট, বৰনিশ, বকালী, যোৰপাকদি, মাধাবদঙ্গা আৰু সাপ্তিবাৰী৷ বিষয়াসকলে কয় যে এই ধুমুহাৰ ফলত কেইবা একৰ কৃষিভূমি আৰু শস্যৰ ক্ষতি হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
৩.৫৯%! ৰাজ্যত ছমাহত মুদ্রাস্ফীতিৰ ভয়াৱহ ৰূপ
উপভোক্তাৰ পক্ষত ই-২০ পেট্র’ল বিষয়ক প্রথমটো গোচৰৰ ৰায়
গোসাইগাঁৱৰ বল্লামগুৰিত মাৰণাস্ত্ৰসহ চাৰিজন ছুপাৰী কিলাৰক আটক
ওজন কমোৱাত সহায় কৰে ব্লেক কফিয়ে; আপুনি খায়নে?
উৰহীৰ নানা উপকাৰী গুণৰ বিষয়ে আপুনি জানেনে?
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
কঁঠাল গুটিৰ আছে নানা স্বাস্থ্য উপকাৰী গুণ; নোখোৱাকৈ নাথাকিব
বিশ্বনাথৰ বালিপুখুৰীত বোৱাৰীৰ ৰহস্যজনক মৃত্যু; হত্যাৰ অভিযোগত স্বামীসহ তিনিজনক আটক
ব্ৰহ্মপুত্ৰৰ ওপৰত চীনৰ নির্মীয়মাণ সর্ববৃহৎ বান্ধে নমাব মহাপ্রলয়
ভিয়েটনামত ভয়ংকৰ নাও দুৰ্ঘটনা; ১৫ গৰাকী ভাৰতীয় পৰ্যটকৰ সলিল সমাধি
Advertisement