--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: হিন্দী চলচ্চিত্ৰ জগতৰ তালিকাৰ অন্যতম শীৰ্ষ অভিনেতা অক্ষয় কুমাৰ। তেওঁ ছুপাৰষ্টাৰ। কিন্তু এৰাতিত বা এদিনতে চুপাৰষ্টাৰ হোৱা নাছিল অক্ষয় কুমাৰ। পটভূমিত দীৰ্ঘ বছৰৰ কঠোৰ পৰিশ্ৰম আৰু আত্মত্যাগৰ বিনিময়তহে  অক্ষয় কুমাৰক আজি বিশ্বই জানে । আজি তেওঁ প্ৰতিখন ছবি বা ৰিয়েলিটি শ্ব’ৰ বাবে কোটি কোটি টকা দাবী কৰে। কিন্তু আৰম্ভণিৰে পৰা তেওঁ এনেকুৱা নাছিল।  শেহতীয়াকৈ এটা সাক্ষাৎকাৰত বহু কথা মুকলিকৈ প্ৰকাশ কৰে ।প্ৰথমবাৰৰ বাবে তেওঁ পৰ্দাত অভিনয় কৰাৰ বাবে কিমান টকাৰ চেক পাইছিল সেয়াও অৱগত কৰে।

How did Akshay Kumar got successful and became most demanded actor since  last 5 years than Khan's and Kapoor's after facing big bad patch? - Quora

প্ৰথমবাৰৰ বাবে ‘দিবাৰ’ ছবিখনত অভিনয় কৰাৰ সুযোগ আহিল। অক্ষয়ে কয় যে প্ৰমোদ চক্ৰৱৰ্তীৰ সেই ছবিখনৰ বাবে ৫০ হাজাৰ টকাৰ চেক পাইছিল। আজি ভাবিলে আচৰিত লাগে যে অক্ষয় কুমাৰৰ ছবিখনৰ পৰা পোৱা আয় এক লাখৰ ওচৰলৈকেও নাপালে। যদিও 'দিবা'ৰ আগতে 'সৌগন্ধ' মুক্তি পাইছিল। কিন্তু ‘দিবাৰ’ তেওঁৰ প্ৰথমখন ছবি। দ্বিতীয়খন ছবিৰ বাবে অক্ষয়ক দিয়া হৈছিল ৭৫ হাজাৰ টকাৰ চেক।

When Akshay Kumar was treated like an outsider in Bollywood | Bollywood  News – India TV

কেৰিয়াৰৰ প্ৰথম ১০ বছৰ অভিনয়ৰ পৰা অক্ষয়ৰ আয় আছিল ১৮ৰ পৰা ২০ লাখ টকা। কিন্তু বৰ্তমান তেওঁ এখন ছবিৰ বাবে এশ কোটিও পায়। কেনেকৈ সম্ভৱ? সৰ্বভাৰতীয় হিন্দী কাকত এখনক দিয়া সাক্ষাৎকাৰত অক্ষয়ে কয় যে, তেওঁ এবাৰ গম পাইছিল যে বলীউডৰ অভিনেতা জিতেন্দ্ৰ আৰু তেওঁৰ কন্যা তথা জনপ্ৰিয় প্ৰযোজক একতা কাপুৰে ১০০ কোটি টকাৰ ফিক্সড ডিপ’জিট কৰিছে। তাৰ পৰাই অক্ষয়ে আয়ৰ পৰিমাণ বৃদ্ধি কৰাৰ প্ৰেৰণা পালে।

Akshay Kumar Birthday: Do you know actor had worked as chef, waiter? Know  more facts

অৱশ্যে অভিনেতাগৰাকীৰ বাবে সময় বিশেষভাৱে ভাল নহয়। যোৱা এবছৰ বা দুবছৰত অক্ষয়ৰ বহুকেইখন ছবি বক্স অফিচত বিফল হৈছে। অ’টিটি প্লেটফৰ্মত মুক্তি পোৱা ‘কাঠপুতলি’ও দৰ্শকক আকৰ্ষণ কৰাত ব্যৰ্থ হয়। শেহতীয়াকৈ মুক্তি পোৱা ‘চেলফি’ ছবিখনেও কোনো সঁহাৰি নিদিলে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১ জুলাইৰ পৰা বলৱৎ হ’ব ‘ভি বি-জি ৰাম জি’
দেশ বচাও, ইন্ধন বচাও! মোদীৰ ‘হাফ কনভয় মডেল’ক লৈ দেশজুৰি চৰ্চা
ইৰানৰ শান্তি প্ৰস্তাৱ প্রত্যাখ্যান ড’নাল্ড ট্রাম্পৰ
গণিত অলিম্পিয়াডত দেশৰ ভিতৰত শীৰ্ষ স্থান দখল ডিব্ৰুগড়ৰ নিখিলেশ গগৈৰ
ভাৰতৰ বাবে কঠিন প্রত্যাহ্বান! ‘এল নিনো’ৰ প্ৰভাৱত এইবাৰ প্ৰচণ্ড গৰমৰ গ্ৰাসত পৰিব দেশ
অসমবাসীৰ অপৰিসীম আস্থা, বিশ্বাস আৰু আশীৰ্বাদ শিৰত লৈ দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিলে ড° হিমন্ত বিশ্ব শৰ্মাই
হাণ্টা ভাইৰাছৰ সংক্ৰমণ; ১২ দেশলৈ WHOৰ সতর্কবাণী
শোকাৱহ:পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে জনপ্ৰিয় অভিনেতা ভৰত কান্তে
ইৰান যুদ্ধৰ পৰিণতি: দাম বাঢ়িব, হ্রাস হ’ব দেশসমূহৰ অৰ্থনৈতিক বিকাশ
শুভেন্দু চৰকাৰৰ আন এক বৃহৎ সিদ্ধান্ত;মমতা চৰকাৰৰ দিনৰ সকলো মনোনীত বিষয়াক পদৰ পৰা অব্যাহতি
হৰমুজ প্রণালীত মোতায়েন ব্রিটেইনৰ যুঁজাৰু জাহাজ 'ড্ৰেগন'
পুনৰ নিৰ্মাণৰ ৭৫ বছৰৰ পাছত প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত প্ৰথমবাৰৰ বাবে 'সোমনাথ অমৃতপর্ব', সোমনাথ মন্দিৰত আজি 'কুম্ভ অভিষেক'
ঔষধি গুণেৰে ভৰপূৰ তিয়ঁহ; উপকাৰিতা জানিলে আচৰিত হ’ব
আজি অসমত NDA চৰকাৰৰ শপতগ্ৰহণ অনুষ্ঠান; দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব ড° হিমন্ত বিশ্ব শৰ্মাই