--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২০০০ চনত সৌন্দৰ্য্য প্ৰতিযোগিতাত অংশগ্ৰহণ। মিছ ৱৰ্ল্ডৰ খিতাপ লাভ। ইয়াৰ পিছত বলীউড, বহু যাত্ৰাৰ অন্তত এতিয়া হলিউড। প্ৰিয়ংকা চোপ্ৰা এতিয়া হলিউডৰ অন্যতম হট তাৰকা। তেওঁ বলীউড এৰি প্ৰায় দহ বছৰ আগতে আমেৰিকালৈ গুচি যায়। বহুতে অৱশ্যে তেওঁক অভিলাষী বুলি কয়।

অৱশ্যে প্ৰিয়ংকাই বিৰোধীসকলৰ কথাৰ প্ৰতি কোনো গুৰুত্ব নিদিয়ে। প্ৰচণ্ড আত্মবিশ্বাসী তেওঁ। কিন্তু এই জেদী প্ৰিয়ংকাইও এবাৰ প্ৰথমখন ছবিৰ চুক্তিত স্বাক্ষৰ কৰোতে চকুলো টুকিছিল।

প্ৰিয়ংকাৰ অভিনয়ৰ কোনো আনুষ্ঠানিক শিক্ষা নাই। তেওঁ নাচিবও নাজানিছিল। ২০০৩ চনত তেওঁ প্ৰথমবাৰৰ বাবে বলীউডত ভৰি দিয়ে তেওঁ। ‘আন্দজ’ অভিনেত্ৰীগৰাকীৰ প্ৰথমখন হিন্দী ছবি। ছৱিৰ চুক্তিত স্বাক্ষৰ কৰাৰ সময়ত বহু কান্দিছিল অভিনেত্ৰীগৰাকীয়ে।

প্ৰিয়ংকাৰ মাতৃ মধু চোপ্ৰাই এই কথা সোঁৱৰণ কৰে। তেওঁৰ ভাষাত- "মিছ ইউনিভাৰ্ছৰ খিতাপ দখল কৰি প্ৰিয়ংকাই উচ্চ শিক্ষাৰ বাবে বিদেশলৈ যাব বিচাৰিছিল। কিন্তু মই আৰু দেউতাকে ক’লোঁ যে এখন ছৱিত অভিনয় কৰিলে কোনো ক্ষতি নহয়। ভাল নালাগিলে পিছত কৰিব নালাগে। কিন্তু ভাগ্যই লিখিছে, প্ৰথমখন ছবিৰ পিছতে তাই কেমেৰাৰ প্ৰেমত পৰিছিল।’’






FOLLOW US F
POPULAR
FEATURE
TRENDY
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ