--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ একালৰ বলীউডৰ তাৰকা অভিনেতা জীতেন্দ্ৰৰ কন্যা তেওঁ। নিজৰ প্ৰতিভা আৰু কঠোৰ পৰিশ্ৰমেৰে মনোৰঞ্জন জগতত নিজকে প্ৰতিষ্ঠা কৰিছে একতা কাপুৰে। জনপ্ৰিয় টেলিভিছন ধাৰাবাহিক প্ৰডাকচনৰ জৰিয়তে যাত্ৰা আৰম্ভ কৰিছিল।  তেওঁৰ কোম্পানী ‘বালাজী মোচন পিকচাৰ্ছ’ই ‘ড্ৰিম গাৰ্ল’, ‘বীৰে দি ৱেডিং’, ‘কথাল’ আদি ছবি নিৰ্মাণ কৰিছিল।

এইবাৰ সমালোচকৰ ক্ৰোধৰ সন্মুখীন হৈছে এইবাৰ একতা কাপুৰ। কিয়? একতা কাপুৰ গণেশৰ ভক্ত হিচাপে পৰিচিত। মুম্বাইৰ সিদ্ধিবিনায়ক মন্দিৰত তেওঁক মাজে মাজে দেখা যায়। একতা কেইদিনমান আগতে তালৈ গৈছিল। কমলা ৰঙৰ ৰেইনকোট, মূৰত টুপী, চকুত ছানগ্লাছ পিন্ধিছে। সিদ্ধিবিনায়ক মন্দিৰৰ চৌহদত তেওঁক স্নিকাৰ আৰু ক’লা শ্বৰ্ট পিন্ধি দেখা গৈছিল।

সমালোচনাৰ ধুমুহা আৰম্ভ হ’ল যেতিয়া এই পোছাক পিন্ধা একতাৰ ছবি ছ’চিয়েল মিডিয়াত বিয়পি পৰে। ধৰ্মীয় স্থানৰ বাবে এনে সাজ-পোছাক উপযুক্ত নেকি? নেটিজেনে এই প্ৰশ্নটো সুধিলে। সেই পোছাক পৰিধান কৰি একতাই সিদ্ধিবিনায়ক মন্দিৰত প্ৰৱেশ কৰা সন্দৰ্ভতো ছ’চিয়েল মিডিয়াত আপত্তি উত্থাপন কৰে।

অৱশ্যে তেওঁলোকৰ আপত্তিত একতাই বিশেষ গুৰুত্ব নিদিলে। সেই সাজ-পোছাক পিন্ধি তেওঁ মন্দিৰ কৰ্তৃপক্ষৰ এজন ব্যক্তিৰ সৈতে মন্দিৰত প্ৰৱেশ কৰিছিল।

ইয়াৰ আগতেও একতা সাজ-পোছাকৰ বাবে কেইবাবাৰো সমালোচনাৰ সন্মুখীন হৈছে। যদিও একতাই নিজৰ চৰ্তত জীয়াই থাকে। আগন্তুক দিনতো তেওঁ একেদৰেই জীয়াই থাকিব, সেই কথাত তেওঁ নিশ্চিত। বালাজীৰ পৰৱৰ্তী প্ৰডাকচন ‘ড্ৰিম গাৰ্ল ২’ চলিত মাহত মুক্তি পাব।











FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু