--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মঙলবাৰে পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ সমৰ্থকে লাহোৰৰ কৰ্পছ কমাণ্ডাৰ হাউচত লুটপাত চলাই৷ প্ৰতিবাদকাৰীয়ে ঘৰৰ ভিতৰত ৰখা ময়ুৰকে ধৰি বহু বস্তু লৈ যায়।

ভইচ অৱ আমেৰিকা (ভিঅ’এ) উৰ্দুয়ে টুইটাৰত শ্বেয়াৰ কৰা এটা ভিডিঅ’ত এজন লোকে কোলাত ময়ূৰ ধৰি থকা দেখা গৈছে আৰু কোৱা হৈছে যে তেওঁ ময়ুৰটো লৈছিল কাৰণ সেইটো “নাগৰিকৰ ধনেৰে (আৱাম কা পইছা)” কিনা হৈছে।

প্ৰতিবাদকাৰীসকলে অট্টালিকাটোত শিলগুটি নিক্ষেপ কৰি ঘৰৰ ভিতৰৰ পৰা বস্তু উলিয়াই জ্বলাই দিয়ে।আল কাদিৰ ট্ৰাষ্ট গোচৰৰ সৈতে জড়িত ইমৰাণ খানক গ্ৰেপ্তাৰ কৰা হৈছিল। যোৱা ১ মে’ত ৰাৱালপিণ্ডিত ৰাষ্ট্ৰীয় জবাবদিহিতা ব্যুৰো (এন এ বি)ৰ বিৰুদ্ধে ৱাৰেণ্ট জাৰি কৰাৰ পিছতে খানক গ্ৰেপ্তাৰ কৰা হয়।

ইমৰাণ খানক গ্ৰেপ্তাৰ কৰাৰ কিছু সময়ৰ পিছতে তেওঁৰ সমৰ্থকসকলে বিপুল সংখ্যক ৰাজপথত নামি পৰে, যাৰ ফলত সমগ্ৰ দেশতে ১৪৪ ধাৰা জাৰি কৰা হয়। লাহোৰ কেণ্টৰ কৰ্পছ কমাণ্ডাৰ হাউছৰ ঘৰ আৰু ৰাৱালপিণ্ডিৰ সেনাৰ মুখ্য কাৰ্যালয়তো প্ৰৱেশ কৰে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস