--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : যদি আপুনি জীৱনত প্ৰতিষ্ঠিত হ’ব বিচাৰে বা আগবাঢ়ি যাব বিচাৰে আৰু সকলো আৰ্থিক সমস্যা দূৰ কৰিব বিচাৰে তেন্তে তলত দিয়া পাঁচটা সহজ টিপছ জানি লওক।

 ১) তুলসী গছত নিয়মিতভাৱে পানী ঢালিব লাগে। পুৱা উঠি স্নান কৰি পৰিষ্কাৰ কাপোৰ পৰিধান কৰি তুলসী গছৰ গুৰিত পানী ঢালি মন্ত্ৰ জপ কৰক, মা তুলসী সন্তুষ্ট হৈ আশীৰ্বাদ প্ৰদান কৰিব।

 ২) পুৱা নিয়মিতভাৱে উঠাৰ পাছত গা ধুই পৰিষ্কাৰ হৈ কাম আৰম্ভ কৰাৰ পাছত আপুনি দেখিব যে দিনটো কিমান সুন্দৰভাৱে পাৰ হয়।

 ৩) পুৱা উঠি ঈশ্বৰৰ যিকোনো গীত বা নাম-জপ শুনি দিনটো আৰম্ভণি কৰিব পাৰে, তেন্তে দেখিব যে গোটেই দিনটোৰ বাবে এক অদ্ভুত শক্তি সঞ্চাৰ হয়।

 ৪) পুৱা উঠি চৰাইক খাদ্য দিব, পাৰিলে ক’লা কাউৰীক ৰুটি খুৱাব, তেতিয়া শনিদেৱক অতি সোনকালে সন্তুষ্ট হৈ আশীৰ্বাদ প্ৰদান কৰে।

 ৫) পুৱা সাৰ পাই বিচনাত নিজৰ হাত দুখন চাই আপুনি বিশ্বাস কৰা ঈশ্বৰৰ নাম আৰু জপ কৰক। আপোনাৰ মাজত কাম কৰাৰ বাবে এক অদ্ভুত শক্তি সঞ্চাৰ হ’ব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক