--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: এগৰাকী আইএএছ বিষয়াৰ সফলতাৰ কাহিনী এয়া৷ সোণল গোৱেল তেওঁৰ নাম৷ ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ‘এক্স’ত এটা প্ৰেৰণাদায়ক পোষ্টত আইএএছ বিষয়া সোণল গোৱেলে অসামৰিক সেৱাত যোগদান কৰাৰ স্বপ্নপ্ৰাপ্তিৰ যাত্ৰাৰ বিষয়ে ভাগ-বটোৱাৰা কৰিছে৷

গোৱেলে ২১ ফেব্ৰুৱাৰীত পোষ্টটোত তেওঁৰ ইউপিএছচি অসামৰিক সেৱাৰ ২০০৭ৰ মূল পৰীক্ষাৰ মাৰ্কশ্বীটৰ এখন ফটো শ্বেয়াৰ কৰিছিল। এই পোষ্টটোত ২০০৭ত ইউপিএছচি অসামৰিক সেৱা পৰীক্ষাত তেওঁৰ প্ৰথম প্ৰচেষ্টাৰ প্ৰাৰম্ভিক বিফলতাৰ পৰা ২০০৮ চনৰ মে’ মাহত তেওঁ লাভ কৰা সফলতালৈকে তেওঁ লাভ কৰা অভিজ্ঞতাৰ সকলো বিৱৰণ দিয়া হৈছে৷

তেওঁ আলোকপাত কৰিছিল যে তেওঁৰ প্ৰথম প্ৰচেষ্টাৰ সময়ত সাধাৰণ অধ্যয়নৰ কাকতত কম নম্বৰৰ বাবে সাক্ষাৎকাৰ পৰ্যায়লৈ উত্তৰিত নহ’ল৷ তথাপি গোৱেলৰ সংকল্প অটল আছিল।

গোৱেলে তেওঁৰ পোষ্টটোৰ জৰিয়তে কয়, প্ৰতিটো বিফলতা হৈছে শিকাৰ, উন্নত কৰাৰ আৰু শেষত জয় লাভ কৰাৰ এক সুযোগ৷ গোৱেলে শিক্ষাৰ্থীসকলক তেওঁলোকৰ লক্ষ্যবোৰ অনুসৰণ কৰিবলৈ উৎসাহিত কৰিছিল আৰু কেতিয়াও তেওঁলোকে সপোনৰ প্ৰতি দৃষ্টি হেৰুৱাব নালাগে বুলি উল্লেখ কৰিছিল৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী