--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ সংসাৰ মানেই একপ্ৰকাৰ এৰা-ধৰা, বুজা-বুজিৰ চুক্তি। স্বামী-স্ত্ৰীৰ মাজত সৰু-সুৰা খুটুং-খাটাং হোৱাটো কোনো অস্বাভাৱিক কথা নহয়। স্বামী-স্ত্ৰীৰ মাজত সৃষ্টি হোৱা কাজিয়াই চূড়ান্ত ৰূপ লোৱাত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা।

মহাৰাষ্ট্ৰৰ ছটাৰা জিলাত পত্নীৰে কাজিয়া লাগি খৰ্গহস্ত হৈ স্বামীয়ে নিজৰ ঘৰত অগ্নিসংযোগ কৰাত ইয়াৰ দাঁতিকাষৰীয়া ১০টাকৈ ঘৰ জুইত জাহ যায়। তথ্য অনুসৰি সংঘটিত হোৱা অগ্নিকাণ্ডত বহু পৰিমাণৰ সা-সম্পত্তি ধ্বংস হয় আৰু লোকজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

ছটাৰা জিলাৰ মাজগাঁৱৰ সঞ্জয় পাটিল আৰু তেওঁৰ পত্নী পল্লৱীৰ লগত কাজিয়াৰ সূত্ৰপাত হৈ সঞ্জয়ে নিজগৃহত অগ্নিসংযোগ কৰে। জুয়ে ছানি ধৰা ঘৰটোৰ ভিতৰত থকা ৰন্ধন গেছৰ চিলিণ্ডাৰ বিস্ফোৰণ হয় আৰু ওচৰ-চুবুৰীয়া প্ৰায় ১০টা ঘৰলৈ জুই বিয়পি যায়। লগে লগে চাৰিওফালে সৃষ্টি হয় এক হুৱা-দুৱা পৰিৱেশৰ। গাঁওবাসীয়ে জুই নুমুৱাবলৈ জৎপৰোনাস্তি চেষ্টা চলায় যদিও ইতিমধ্যে জুয়ে সকলো গ্ৰাস কৰি পেলায়। সঞ্জয়ক জুইৰপৰা বচোৱা হয় যদিও উত্তেজিত গাঁওবাসীয়ে উত্তম-মধ্যম সোধায়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰ্যালয়ৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য! দেশৰ প্ৰতি দহ যুৱক-যুৱতীৰ এজন নিবনুৱা
কমনৱেলথ গেমছ: টুভালুৰ টাৰোনা টাফাকীৰ বিৰুদ্ধে ছেমি ফাইনেলত অৱতীৰ্ণ হ'ব বক্সাৰ লাভলীনা বৰগোহাঁই
উজনি অসমত বানত ক্ষতিগ্ৰস্ত ৰে’লপথ মেৰামতিৰ কাম আৰম্ভ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ
নগালেণ্ডৰ বনাঞ্চল ধ্বংস কৰা বাবেই উজনি অসমৰ বানে ল’লে সংহাৰী ৰূপ: নদী বিশেষজ্ঞ
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?